• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এণ্টি-টেৰৰিজম স্কোৱাডৰ জালত এজন স্বঘোষিত বাবা! বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু ধনৰ জালিয়াতিৰ লগত জড়িত কোন এই গৰাকী স্বয়ম্ভূ মহাপুৰুষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2025 1:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ বালৰামপুৰ জিলাৰ এজন স্বঘোষিত বাবা জালালুদ্দিন ওৰফে ছাংগুৰ বাবাৰ বিৰুদ্ধে ভয়ংকৰ অপৰাধৰ অভিযোগ উত্থাপিত হৈছে। ধৰ্মান্তৰকৰণৰ এক বিশাল জালৰ মাষ্টাৰমাইণ্ড হিচাপে পৰিচিত এই ব্যক্তিৰ কুকৰ্মৰ তথ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উত্তৰ প্ৰদেশৰ এণ্টি-টেৰৰিজম স্কোৱাডে (ATS) ছাংগুৰ বাবা আৰু তেওঁৰ সহযোগী নীতু ওৰফে নাছৰিনক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে। ইয়াৰ পিছতেএনফ’ৰ্ছমেণ্ট ডাইৰেক্টৰেটে (ED) তেওঁৰ বিৰুদ্ধে ধন সৰবৰাহৰ তদন্তও আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

জালালুদ্দিন ওৰফে ছাংগুৰ বাবাৰ বিৰুদ্ধে অভিযোগ, তেওঁ সাধাৰণতে হিন্দু সম্প্ৰদায়ৰ বিশেষকৈ দুৰ্বল, দৰিদ্ৰ আৰু বিধৱা মহিলাসকলক লক্ষ্য কৰি ধৰ্মান্তৰকৰণৰ কামত জড়িত আছিল। তেওঁ আৰ্থিক সাহায্য, বিবাহৰ প্ৰতিশ্ৰুতি, বিদেশত চাকৰিৰ প্ৰলোভন আৰু ভীতি প্ৰদৰ্শনেৰে ধৰ্মান্তৰ কৰণ কৰি অহিছিল। তদন্তত পোহৰলৈ আহিছে যে তেওঁ “প্ৰজেক্ট” (লক্ষ্য কৰা যুৱতী), “মিট্টি পলটনা” (ধৰ্মান্তৰকৰণ), “কাজল কৰ্না” (মানসিক প্ৰভাৱ বিস্তাৰ) আৰু “দীদাৰ” (তেওঁৰ সৈতে সাক্ষাৎৰ ব্যৱস্থা)ৰ দৰে ক’ড লেংগুৱেজ ব্যৱহাৰ কৰি এই অপৰাধৰ জাল পাতিছিল। এই সংকেতৰ জৰিয়তে তেওঁ সাধাৰণ লোকৰ পৰা নিজৰ কাৰ্যকলাপ গোপন ৰাখিছিল। ATS-এ তেওঁৰ ডিজিটেল ডিভাইচৰ পৰা এই ক’ডৰ তথ্য উদ্ধাৰ কৰিছে। তদন্তত প্ৰকাশ পাইছে যে তেওঁ বিশেষকৈ ১,৫০০ৰো অধিক হিন্দু মহিলাৰ লগতে হাজাৰ হাজাৰ আন ধৰ্মৰ লোকক জোৰ-জবৰদস্তিৰে ধৰ্মান্তৰিত কৰিছিল।

Apply Now

প্ৰকাশিত তথ্য অনুসৰি ছাংগুৰ বাবাৰ আৰ্থিক জালৰ তথ্যই আৰু অধিক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ED-ৰ তদন্তত পোহৰলৈ আহিছে যে তেওঁ তিনি বছৰৰ ভিতৰত প্ৰায় ৫০০ কোটি টকাৰ বিদেশী পুঁজি লাভ কৰিছিল, যাৰ ভিতৰত ৩০০ কোটি টকা নেপালৰ জৰিয়তে হাৱালা নেটৱৰ্কৰ মাধ্যমেৰে আৰু ২০০ কোটি টকা পোন পতিয়া কৈ লাভ কৰিছিল। এই ধন মধ্যপ্ৰাচ্যৰ দেশ পাকিস্তান, ডুবাই, ছৌদি আৰৱ আৰু তুৰ্কীৰ পৰা আহিছিল। তেওঁৰ নামত আৰু তেওঁৰ সহযোগীৰ নামত ভাৰত আৰু নেপালত ১০০ৰো অধিক বেংক একাউণ্টৰ সন্ধান পোৱা গৈছে। এই ধনেৰে তেওঁ বলৰামপুৰ, পুনে আৰু নাগপুৰত ১০০ কোটি টকাৰো অধিক মূল্যৰ সম্পত্তি ক্ৰয় কৰিছিল। তদন্তত প্ৰকাশ পাইছে যে তেওঁ চান্দ আউলিয়া দৰগাহৰ পৰা এই কাৰ্যকলাপ চলাইছিল। ইয়াৰ পৰাই তেওঁ ধৰ্মীয় সভাৰ আয়োজন কৰি হিন্দু আৰু দুৰ্বল সম্প্ৰদায়ৰ লোকসকলক লক্ষ্য কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd