শীর্ষ সংবাদ

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

পাকিস্তানৰ সিন্ধ প্ৰদেশত কুখ্যাত লস্কৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ দুস্কৃতিকাৰীৰ আক্ৰমণত নিহত হৈছে। দেওবাৰে সংবাদ প্ৰতিষ্ঠানৰ পৰা এই খবৰ লাভ কৰা...

Read moreDetails

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

গুজৰাটৰ পঞ্চায়ত আৰু কৃষি ৰাজ্যিক মন্ত্ৰী বচ্চু খবৰৰ পুত্ৰ বলৱন্ত সিং খাবৰক কোটি কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।...

Read moreDetails

কংগ্ৰেছে মুকলি কৰিব অসমৰ অৰ্থনৈতিক দুৰ্দশাৰ ছবি; বিজেপিৰ ‘ট্ৰাবল ইঞ্জিন’ শাসন ব্যৱস্থাক সমালোচনা

বিৰোধী কংগ্ৰেছ দলে বিজেপি নেতৃত্বাধীন চৰকাৰৰ অধীনত অসমৰ জনসাধাৰণে সন্মুখীন হোৱা অৰ্থনৈতিক দুৰ্দশাৰ ওপৰত গভীৰ অধ্যয়ন চলাই আছে। আগন্তুক দুমাহৰ...

Read moreDetails

গুৱাহাটীত ৫৫ হাজাৰ পিএমএৱাই-জি ঘৰৰ গৃহপ্ৰৱেশৰ ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী  শিৱৰাজ সিং চৌহানে

অসমৰ গ্ৰাম্য উন্নয়নৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাবে  আজি গুৱাহাটীত প্ৰধানমন্ত্ৰী আৱাস যোজনা – গ্ৰামীণ (PMAY-G)ৰ অধীনত ৫৫ হাজাৰ ঘৰৰ ভাৰ্চুৱেল...

Read moreDetails

‘কি আপদ! ‘জেলেনস্কি প্রতিবাৰে ৱাশ্বিংটনলৈ আহে আৰু ১০০ বিলিয়ন ডলাৰ লৈ ওলাই যায়,’-ট্ৰাম্প…

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিক ‘বিশ্বৰ শ্ৰেষ্ঠ বিক্ৰেতা’ (World greatest salesman) বুলি অভিহিত কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ কয়, "মই...

Read moreDetails

ইংলিচ চেনেলৰ পৰা এভাৰেষ্টলৈ : ৮ মাহত ১৩,০০০ কিঃমিঃ পথ অতিক্ৰম মেৰিন কামাণ্ডাৰৰ

ইংলেণ্ডৰ প্ৰাক্তন ৰয়েল মেৰিন কমাণ্ডাৰ মিচেল হাচক্ৰাফ্টে গঢ়ি তুলিছে এক অভূতপূৰ্ব নজিৰ। ইংলিচ চেনেলৰ পৰা যাত্ৰা আৰম্ভ কৰি এভাৰেষ্টৰ শিখৰত...

Read moreDetails

১০ মিনিটৰ বাবে আসনত নাছিল কোনো পাইলট, মাজ আকাশত সংকটত ২০০ যাত্ৰী, শেষত কি হ’ল?

বিমানখন আকাশৰ মাজত আছিল। ভিতৰত ২০০ৰো অধিক যাত্ৰী আৰু ক্ৰু মেম্বাৰ। হঠাৎ তেওঁলোক মহা সংকটত পৰিল। কাৰণ দহ মিনিটৰ বাবে...

Read moreDetails

পাকিস্তানৰ প্ৰতিৰক্ষা বাজেটৰ ওপৰত সন্দেহ! আইএমএফৰ কঠোৰ চৰ্ত আৰোপ

আইএমএফৰ ঋণৰ ক্ষেত্ৰত কঠোৰ চৰ্ত আৰোপ কৰাৰ পিছতো পাকিস্তানৰ প্ৰতিৰক্ষা বাজেটৰ ওপৰত সন্দেহৰ দৃষ্টি পৰিছে। আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে পাকিস্তানক ঋণ...

Read moreDetails

হায়দৰাবাদৰ চাৰমিনাৰৰ সমীপৰ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; ৮ টা শিশুকে ধৰি ১৭ জনৰ মৃত্যু

দেওবাৰে পুৱা হায়দৰাবাদৰ চাৰমিনাৰৰ সমীপৰ বহুমহলীয়া অট্টালিকাত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত ১৭ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত আঠটি...

Read moreDetails

দেশৰ ভিতৰতে মৌন ৯ জন সাংসদৰ তালিকাত থকা প্ৰদান বৰুৱাই স্থান পালে সৰ্বদলীয় প্ৰতিনিধি দলত!

বিদেশত ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী স্থিতি দাঙি ধৰিবলৈ গঠন কৰা সৰ্বদলীয় প্ৰতিনিধিৰ দলত স্থান পালে অসমৰ লখিমপুৰ জিলাৰ সাংসদ প্ৰদান বৰুৱাই।...

Read moreDetails
Page 964 of 5973 1 … 963 964 965 … 5,973

Stay Connected

Recent News