অসম তথা উত্তৰ-পূবৰ খিলঞ্জীয়া মানুহে অস্তিত্বৰ শংকাত ভুগি প্ৰবল বিৰোধিতা কৰি থকা নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যসভাত এতিয়ালৈকে গৃহীত নোহোৱাৰ আঁৰত...
Read moreDetails৪৬.৬৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ৰাজ্যৰ ষষ্ঠখন অভিযান্ত্ৰিক মহাবিদ্যালয় 'গোলাঘাটত অভিযান্ত্ৰিক মহাবিদ্যলয়' উদ্বোধন কৰিবলৈ যোৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে...
Read moreDetailsকাজিৰঙাৰ বাগৰিস্থিত সেনা চাউনিৰ অভিযানকাৰী দলে ২ ফেব্ৰুৱাৰি অৰ্থাৎ শনিবাৰৰ নিশা বোকাখাতৰ ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানত মেৰাপানীৰ পৰা গুৱাহাটীলৈ...
Read moreDetails২০১৪ৰ বৰ্ধমানৰ বিস্ফোৰণত জড়িত থকাৰ সন্দেহত কলকাতা আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চে যোৱা ৩০ জানুৱাৰিত কেৰালাত গ্ৰেপ্তাৰ কৰা অসমৰ যুৱক আব্দুল...
Read moreDetailsবাক্সা জিলাৰ বৰমা থানাত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বৰমা থানাৰ অন্তৰ্গত দীঘেলীৰ একাংশ লোকে আজি বৰমা থানাত আক্ৰমণ...
Read moreDetailsক্ষমতাই মূৰত ধৰা বিজেপিৰ বৰ বৰ নেতাৰ কথা বাদেই, পালিনেতায়ো এতিয়া আই এ এছ বিষয়াক ধমক লগাব পৰা হ’ল। ৰাইজৰ...
Read moreDetailsএটা ভিডিঅ’ত ছ’চিয়েল মিডিয়া যোগে অখিল গগৈক হত্যাৰ ভাবুকি দিয়া আৰু নিজকে বজৰং দলৰ সদস্য বুলি পৰিচয় দিয়া টুটু মান্তা...
Read moreDetailsতিনিচুকীয়াৰ ঘটনাটোৰ পিছত ৰাজ্যত আইন-শৃংখলাৰ অৱনতি হোৱা বুলি অনুভৱ কৰা বিজেপিয়ে আজি বিধেয়ক বিৰোধী আন্দোলনকাৰীৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ উলিয়ায়।...
Read moreDetailsনাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত দিচপুৰ সচিবালয়ৰ সন্মুখত আজি পুনৰ উলংগ হ'ল অসমীয়া যুৱক। এজন যুৱক সম্পূৰ্ণ উলংগ হোৱাৰ...
Read moreDetailsমাৰ্ঘেৰিটাত আজি সংঘটিত এক মৰ্মান্তিক ঘটনাই অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। পিকিনিক খাবলৈ গৈ মাৰ্ঘেৰিটা বৰগোলাই জামাদাৰ বস্তীৰ বুঢ়ীদিহিং...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd