অনাস্পৰ্শিত অৰুণাচল প্ৰদেশত পৰৱৰ্তী চিনে’মাৰ শ্বুটিং কৰিব বলিউদৰ ছুপাৰষ্টাৰ চলমান খানে। অসমৰ চুবুৰীয়া ৰাজ্যখনৰ মেচুকাত ‘এডভেন্সাৰ এট মেছুকা’ শীৰ্ষক এক...
Read moreDetails‘’সৰ্বানন্দ সোণোৱাল ক’মাত আছে, হিমন্ত বিশ্বই চৰকাৰ চলাইছে,‘- আজি দিচপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য কৰে দুৰ্নীতি...
Read moreDetailsশুকুৰবাৰে অসমৰ চিত্ৰগৃহত মুক্তি পাব মিঃ ৰাজকুমাৰ অভিনীত ১ম খন পূৰ্ণদৈৰ্ঘ্যৰ চিনে’মা ‘আহি আছে’। নিপন ধলুৱাৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে...
Read moreDetails'বেলতলা কাণ্ড'ৰ নিৰ্যাতিতা লক্ষী ওৰাঙৰ নেতৃত্বত আজি সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আছা)ৰ শতাধিক কৰ্মীয়ে বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত...
Read moreDetailsজাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল হৈ পৰিছে দিচপুৰ। আজি দিচপুৰ প্ৰেছ ক্লাব চৌহদত ৭০ টা সংগঠনৰ কৰ্মীয়ে ইতিমধ্যে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd