নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিলৰ দাবীত গুৱাহাটীত আজি ৭০ টা জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদ সাৱ্যস্ত কৰিছে। সংগঠনকেইটাই গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত...
Read moreDetailsভইচ অৱ নেপাল নামৰ সংগীতৰ ৰিয়েলিটি শ্ব’ এটাত আগবঢ়োৱা প্ৰদৰ্শনেৰে চুবুৰীয়া দেশখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে গুৱাহাটীৰ সুৰেখা ছেত্ৰী নামৰ যুৱতী...
Read moreDetailsআধুনিক অসমীয়া সংগীতৰ জগতত অতি শেহতীয়াকৈ সংযোজিত হোৱা বিকি কলিতা এতিয়া সংগীত অনুৰাগীৰ বাবে এটি পৰিচিত নাম। কাৰ্বি আংলঙত নিহত...
Read moreDetailsৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী অসমৰ চলচ্চিত্ৰ নিৰ্মাতা হীৰেন বৰাই নিৰ্মাণ কৰি উলিয়াইছে আৰু এখন নতুন অসমীয়া ছবি ‘’সীমা-দ্য ষ্ট’ৰী আনট’ল্ড’’। হীৰেন...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd