• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেথেৰিন জুন অধিকাৰী: অসমক হাড়ে-হিমজুৱে আকোৱালি লোৱা বিদেশী মহিলাগৰাকী

ধীৰেন্দ্ৰ দেৱ অধিকাৰী by ধীৰেন্দ্ৰ দেৱ অধিকাৰী
January 21, 2024 8:06 pm
Catherine Jun Adhikari
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন কাৰিকৰী উপদেষ্টা আনন্দ দেৱ অধিকাৰীৰ সহধৰ্মিনী কেথেৰিন জুন অধিকাৰীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছো। বিদেশৰ জীয়ৰী হৈ অসমলৈ বিয়া হৈ আহি এইগৰাকী মহীয়সী নাৰীয়ে যিদৰে অসমখনক হাড়ে-হিমজুৱে আকোঁৱালি লৈছিল সেয়া দেখিলে আমি তবধ মানো।

পঞ্চাশ দশকতে আনন্দ অধিকাৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল বিদেশৰ জীয়ৰী জুন অধিকাৰী। তাহানিতেই অসমলৈ বিয়া হৈ আহি কেথেৰিন জুন অধিকাৰীয়ে অসমত থকাৰ লগতে কেইবাবছৰ ধৰি ছিলঙত বসবাস কৰিছিল।

Apply Now

পৰৱৰ্তী সময়ত যোগীঘোপাত অশোক কাগজ কল স্থাপন হোৱাৰ পিছত স্থায়ীভাৱে যোগীঘোপাত থাকি বিভিন্ন বিদ্যালয় স্থাপন কৰি বহু লোকক শিক্ষাদান কৰাৰ লগতে অঞ্চলটোৰ শিক্ষা-দীক্ষা, সামাজিক-সাংস্কৃতিক উত্তৰণৰ ক্ষেত্ৰত অভূতপূৰ্ব অৰিহনা যোগাইছিল।

এইগৰাকী মহীয়সী নাৰী সম্পৰ্কত আমাৰ খুড়ী। খুড়ীয়ে আমাক অত্যন্ত মৰম-চেনেহ কৰাৰ উপৰিও গোটেই পৰিয়ালটোক একত্ৰিত কৰি ৰখাৰ লগতে শিক্ষা-দীক্ষা গ্ৰহণত বিশেষভাৱে গুৰুত্বপ্রদান কৰিছিল।

অসমৰ সকলো ৰীতি-নীতি, খাদ্য-প্রণালী সম্পূৰ্ণৰূপে আকোঁৱাল লৈছিল খুড়ীয়ে। পৰৱৰ্তী সময়ত ১৯৯৭ চনত খুড়া আনন্দ অধিকাৰীৰ বিয়োগৰ পিছত অসমত চিৰস্থায়ীভাৱে থকাৰ তেওঁৰ যি হেঁপাহ বা সপোন আছিল সেয়া বিভিন্ন কাৰণত স্থবিৰপ্ৰায় হৈ পৰে।

পৰৱৰ্তী সময়ত তেওঁ সন্তানৰ সৈতে আমেৰিকাৰ লছ এঞ্জেলছত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। খুড়ীৰ তিনি সন্তান প্রতিগৰাকী সু-শিক্ষাৰে শিক্ষিত প্রায় ৯২ বছৰ বছৰ বয়সত যোৱা ১৩ জানুৱাৰী তাৰিখে আমেৰিকাৰ লছ এঞ্জেলছত খুড়ীয়ে ইহলীলা সম্বৰণ কৰাৰ লগতে সন্তান, নাতি-পৰিনাতি, ভাই-ভতিজীৰে এখন বৃহৎ সংসাৰ এৰি গুচি যায়।

খুড়ীৰ দেহাৱসানত আমি অত্যন্ত মৰ্মাহত হৈছে| আৰু বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো।

ধীৰেন্দ্ৰ দেৱ অধিকাৰী

ধীৰেন্দ্ৰ দেৱ অধিকাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd