• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লুই বাৰ্জাৰ : জি এম ডি এৰ কাৰ্যালয়ত প্ৰাক্তন মুখ্য কাৰ্যবাহী প্ৰীতম শইকীয়াক চি বি আইৰ জেৰা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 29, 2018 12:31 pm
b3357711-f634-4dd3-9de2-c65d55eb669c

শনিবাৰে জি এম ডি এৰ কাৰ্যালয়ত উপস্থিত হৈছে চি বি আইৰ দল। ফটো : নৰ্থইষ্ট নাও

242
VIEWS
Share on FacebookShare on Twitter

লুই বাৰ্জাৰ কেলেংকাৰিৰ তদন্তৰ বাবে আহি অসমত উপস্থিত হোৱা চি বি আইৰ দলটোৱে আজি মহানগৰীৰ জি এম ডি এৰ কাৰ্যালয়ত জি এম ডি এৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া  প্ৰীতম শইকীয়াক জেৰা কৰে।

চি বি আইৰ এছ পি ৰাজীৱ ৰঞ্জনৰ নেতৃত্বত ৬ জনীয়া এটা দলে জেৰা চলাই আছে। বৰ্তমানলৈকে জিএমডিএ কাৰ্যালয়তে আছে জি এম ডি এৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বি,য়া তথা বৰ্তমান শিক্ষা বিভাগৰ আয়ুক্ত সচিব গৰাকী।

c5563370-d2f2-4512-a236-0d70c2b35c2a
চি বি আইৰ জেৰাৰ বাবে জি এম ডি এৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ মুহূৰ্তত প্ৰীতম শইকীয়া। ফটো : নৰ্থইষ্ট নাও

উল্লেখযোগ্য যে লুই বাৰ্জাৰ কেলেংকাৰিৰ সৈতে সাঙোৰ খাই পৰিছিল শইকীয়াৰ নাম। যোৱা ২৭ চেপ্তেম্বৰতো গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ সচিব পৰাগমণি মহন্ত আৰু মুখ্য কাৰ্য্যবাহী বিষয়া ৰূপক মজুমদাৰক চি বি আই এ জেৰা চলাইছিল।

আনহাতে, গুৱাহাটী পানী যোগান প্ৰকল্প ৰূপায়ন শাখা আৰু এনফ’ৰ্ছমেন্ট সঞ্চালকালয়ত চি বি আইয়ে বহু কেইজন বিষয়াক আজি জেৰা চলাব বুলি জানিব পৰা গৈছে।

গুৱাহাটী খোৱাপানী যোগান প্ৰকল্প নিৰ্মাণৰ নামত সংঘটিত কেইবা কোটিটকীয়া লুই বাৰ্জাৰ কেলেংকাৰিৰ তদন্তৰ বাবে যোৱা ২৬ ছেপ্টেম্বৰত গুৱাহাটীত উপস্থিত হোবা চি বি আইৰ দলটোৱে তদন্ত অভিযান অব্যাহত ৰাখিছে।

 

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd