• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীৰ স্পেনিছ গাৰ্ডেনত ঘোষ ব্ৰাডাৰ্ছৰ স্বত্বাধিকাৰীৰ ঘৰত চিবিআইৰ অভিযান

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2021 5:43 pm
a-cbi-750x375

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ জুৰোডস্থিত বিলাসী এপাৰ্টমেন্ট স্পেনিছ গাৰ্ডেনত আজি  চিবিআইয়ে অভিযান চলায়। এপাৰ্টমেণ্টটোৰ দশম মহলাৰ ‘বি’ ব্লকত চলায় এই অভিযান। ঘোষ ব্ৰাডাৰ্ছৰ স্বত্বাধিকাৰীৰ ঘৰত এইদৰে অভিযান চলোৱা হয়।

চিবিআইয়ে পূৰ্বৰ এক বেংক জালিয়াতিৰ গোচৰৰ ভিত্তিত আজি এই অভিযান চলাইছিল।

Apply Now

জুন মাহৰ প্ৰথম ভাগতে কেন্দ্ৰীয় অনুসন্ধান সংস্থা (চিবিআই)ই ঘোষ ব্ৰাডাৰ্ছৰ চাৰিগৰাকী প্ৰম’টাৰ-ডিৰেক্টৰৰ লগতে এগৰাকী চাৰ্টাৰ্ড একাউন্টটেন্ট, অজ্ঞাত বেংক বিষয়া আৰু আন ব্যক্তিৰ বিৰুদ্ধে আইডিবিআই বেংকৰ ১৬৮.৬২ কোটি টকা লোকচান কৰাৰ অভিযোগত এটা গোচৰ ৰুজু কৰিছিল।

অভিযুক্ত কেইগৰাকীৰ ভিতৰত প্ৰনব কুমাৰ ঘোষ, প্ৰতুল কুমাৰ ঘোষ, গীতা ৰাণী ঘোষ আৰু প্ৰবীৰ কুমাৰ ঘোষ এই আটাই কেইগৰাকীয়ে ঘোষ ব্ৰাডাৰ্ছ অটোমবাইলছৰ প্ৰম’টাৰ-ডিৰেক্টৰ।

তদুপৰি, তেওঁলোকৰ লগতে চাৰ্টাৰ্ড একাউন্টেন্ট অৰুণাভ চট্টোপাধ্যায় আৰু অজ্ঞাত বেংক বিষয়া তথা আন ব্যক্তিৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছিল।

অভিযোগ অনুসৰি, গুৱাহাটীৰ বেতকুছিস্থিত প্ৰাইভেট কোম্পানীটোলৈ গাড়ী ক্ৰয় কৰিবলৈ আইডিবিআই বেংকৰ গুৱাহাটী শাখাৰ পৰা প্ৰায় ৬৪.৬৭কোটি টকাৰ জালিয়াতিৰে টাৰ্ম লোন আৰু কেচ ক্ৰেডিটৰ সুবিধা আগবঢ়োৱা হৈছিল।

আনহাতে, অভিযোগ অনুসৰি অভিযুক্তকেইগৰাকীয়ে ভুৱা নথি দাখিল কৰি লোনৰ সুবিধা গ্ৰহণ কৰিছিল আৰু লগতে অভিযুক্তই তেওঁলোকক যি উদ্দেশ্যত লোন দিছিল তাৰ বিপৰীতে আন কামত ব্যৱহাৰ কৰিছিল আৰু সেইদৰে তেওঁলোকে ৩১মে’ ২০২১লৈ বেংকৰ প্ৰায় ১৬৮.৬২কোটি টকা লোকচান কৰিছে।

যোৱা ২০২০ চনৰ ১ জুলাইলৈ তেওঁলোকৰ অনাদায় ধনৰ পৰিমান আছিল প্ৰায় ১৫৩.৩৮কোটি টকা আৰু সেই একাউন্টটো বেংকৰ পাবলগীয়া ধন আদায় নিদিয়াৰ বাবে নন পাৰ্ফৰ্মিং এছেট (এন পি এ) হৈ পৰিছিল।

চিবিআইয়ে এই গোটেই বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে আৰু আজি চলোৱা অভিযানো তাৰেই এক অংশ বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd