• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হেলিকপ্টাৰ কেলেংকাৰীত চৰকাৰী বিষয়াৰ বিৰুদ্ধে গোচৰ তৰাৰ অনুমতি বিচাৰিছে চিবিআইয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 8, 2020 8:26 am
CBI-750x375

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই)য়ে ৩,৬০০কোটি টকীয়া ভিভিআইপি হেলিকপ্টাৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত পাঁচগৰাকী চৰকাৰী বিষয়াৰ বিৰুদ্ধে গোচৰ তৰাৰ অনুমতি বিচাৰিছে।

ইয়াৰ ভিতৰত চাৰিগৰাকী জ্যেষ্ঠ প্ৰতিৰক্ষা বিষয়া আৰু এগৰাকী জ্যেষ্ঠ আমোলা আছে।

Apply Now

বাতৰি অনুসৰি, তদন্তকাৰী সংস্থাটোৱে প্ৰধানকৈ ভাৰতীয় বায়ুসেনাৰ এই মুখ্য বিষয়াসকলৰ বিৰুদ্ধে গোচৰ চলাবলৈ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ পৰা অনুমতি বিচাৰিছে।

য়ুপিএ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত সংঘটিত হোৱা হেলিকপ্টাৰ চুক্তিত ‘মুখ্য সিদ্ধান্ত’ গ্ৰহণ কৰাৰ অভিযোগৰ লগতে ‘ক্ৰয় প্ৰক্ৰিয়া’ৰ সৈতেও এই পাঁচগৰাকী বিষয়া সক্ৰিয়ভাৱে জড়িত আছিল।

সংস্থাটোৱে এই পাঁচগৰাকী বিষয়াৰ জড়িত থকাৰ প্ৰাসংগিক প্ৰমানসমূহ সংগ্ৰহ কৰিছে।

গোচৰৰ বাবে অনুমতি বিচাৰি অপেক্ষা কৰা হৈছে।

প্ৰতিৰক্ষা মন্ত্ৰ্যালয় তথা পাৰ্ছনেল আৰু ট্ৰেইনিং বিভাগৰ পৰা গোচৰ তৰাৰ অনুমতি বা প্ৰত্যাখ্যানৰ পাছতে সংস্থাটোৱে পৰিপূৰক ছাৰ্জশ্বীট দাখিল কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিয়ে জোৰকৈ দোকান-পোহাৰ বন্ধ কৰিছে! ৰামলীলা ময়দানৰ প্ৰতিবাদৰ মাজতে ব্যৱসায়িক লোকচানক লৈ ৰাহুল গান্ধীৰ গুৰুতৰ অভিযোগ

বিজেপিয়ে জোৰকৈ দোকান-পোহাৰ বন্ধ কৰিছে! ৰামলীলা ময়দানৰ প্ৰতিবাদৰ মাজতে ব্যৱসায়িক লোকচানক লৈ ৰাহুল গান্ধীৰ গুৰুতৰ অভিযোগ

November 1, 2026 3:40 pm
গুৱাহাটীৰ হোটেল বিলাস ইন-ৰ গুলীচালনাৰ ঘটনাৰ তদন্তকাৰী এছ আই টিৰ তিনিজন সদস্যক বদলি

গুৱাহাটীৰ হোটেল বিলাস ইন-ৰ গুলীচালনাৰ ঘটনাৰ তদন্তকাৰী এছ আই টিৰ তিনিজন সদস্যক বদলি

November 1, 2026 2:41 pm
মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

November 1, 2026 1:13 pm
দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

November 1, 2026 12:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিয়ে জোৰকৈ দোকান-পোহাৰ বন্ধ কৰিছে! ৰামলীলা ময়দানৰ প্ৰতিবাদৰ মাজতে ব্যৱসায়িক লোকচানক লৈ ৰাহুল গান্ধীৰ গুৰুতৰ অভিযোগ

বিজেপিয়ে জোৰকৈ দোকান-পোহাৰ বন্ধ কৰিছে! ৰামলীলা ময়দানৰ প্ৰতিবাদৰ মাজতে ব্যৱসায়িক লোকচানক লৈ ৰাহুল গান্ধীৰ গুৰুতৰ অভিযোগ

November 1, 2026 3:40 pm
গুৱাহাটীৰ হোটেল বিলাস ইন-ৰ গুলীচালনাৰ ঘটনাৰ তদন্তকাৰী এছ আই টিৰ তিনিজন সদস্যক বদলি

গুৱাহাটীৰ হোটেল বিলাস ইন-ৰ গুলীচালনাৰ ঘটনাৰ তদন্তকাৰী এছ আই টিৰ তিনিজন সদস্যক বদলি

November 1, 2026 2:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd