• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰে’লৰ ডবাত স্থাপন কৰা হ’ব চিচিটিভি কেমেৰা! সম্পন্ন হ’ল সফল পৰীক্ষণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2025 1:31 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰে’ল মন্ত্ৰালয়ে দেওবাৰে ঘোষণা কৰিছে যে যাত্ৰীৰ সুৰক্ষা আৰু নিৰাপত্তা বৃদ্ধিৰ লক্ষ্যৰে সমগ্ৰ দেশৰ সকলো যাত্ৰীবাহী ডবা আৰু ইঞ্জিনত চিচিটিভি কেমেৰা স্থাপনৰ পৰিকল্পনা কৰা হৈছে। ইতিমধ্যে নিৰ্বাচিত কিছু ৰে’লত চিচিটিভি ব্যৱস্থাৰ পৰীক্ষামূলক প্ৰকল্পৰ ইতিবাচক ফলাফলৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰিছে।

শেহতীয়াকৈ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু ৰে’ল বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰৱনীত সিং বিট্টুৰ সভাপতিত্বত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত ভাৰতীয় ৰে’লৱেক ৭৪ হাজাৰ ডবা আৰু ১৫ হাজাৰ ইঞ্জিনত চিচিটিভি কেমেৰা স্থাপনৰ অনুমোদন জনোৱা হৈছে। এই বৈঠকত ৰে’লৱে ব’ৰ্ডৰ জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰিছিল।

Apply Now

নতুন পৰিকল্পনা অনুসৰি, প্ৰতিখন যাত্ৰীবাহী ডবাত চাৰিটা চিচিটিভি কেমেৰা স্থাপন কৰা হ’ব, যিবোৰ কৌশলগতভাৱে স্থাপন কৰা হ’ব—প্ৰতিটো প্ৰৱেশদ্বাৰত দুটাকৈ—যাতে যাত্ৰীৰ গোপনীয়তা ৰক্ষা কৰি সাধাৰণ অঞ্চলৰ গতিবিধি নিৰীক্ষণ কৰা যায়। প্ৰতিটো ইঞ্জিনত ছটা কেমেৰা লগোৱা হ’ব: সন্মুখ, পিছফালে আৰু কাষত এটাকৈ, লগতে প্ৰতিটো কেবিনত এটা কেমেৰা আৰু দুটা মাইক্ৰ’ফোন স্থাপন কৰা হ’ব।

ৰে’লৱেৰ বিষয়াসকলে জনাইছে যে এই ব্যৱস্থা উত্তৰ ৰে’লৱে নেটৱৰ্কত সফলতাৰে পৰীক্ষা কৰা হৈছে। এই ব্যৱস্থাৰ সংগঠিত অপৰাধী গোটকে ধৰি দুষ্কৃতিকাৰীৰ কাৰ্যকলাপ বন্ধ কৰা আৰু তেওঁলোকক ধৰা পেলোৱাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰীয়ে নিৰ্দেশ দিছে যে সকলো চোৱাচিতা সঁজুলিয়ে STQC প্ৰমাণপত্ৰৰ সৈতে কঠোৰ গুণগত মান পূৰণ কৰিব লাগিব। ঘণ্টাত ১০০ কিলোমিটাৰতকৈ অধিক বেগত আৰু কম পোহৰতো উচ্চ ৰিজ’লিউচনৰ ফুটেজ নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। লগতে, চোৱাচিতা আৰু সুৰক্ষা ক্ষমতা বৃদ্ধিৰ বাবে ইণ্ডিয়া এআই মিছনৰ সহযোগত চিচিটিভি নেটৱৰ্কৰ সৈতে কৃত্ৰিম বুদ্ধিমত্তা একত্ৰিত কৰাৰ বিষয়ে বিবেচনা কৰিবলৈ পৰামৰ্শ প্ৰদআন কৰিছে।

ৰে’লৱেই কয় যে সুৰক্ষা মূল লক্ষ্য হ’লেও যাত্ৰীৰ গোপনীয়তাৰ প্ৰতিও সচেতনতা অৱলম্বন কৰা হৈছে। ব্যক্তিগত ডবা বা বহা ঠাইৰ ভিতৰত কেমেৰা স্থাপন কৰা নহয় কেৱল প্ৰৱেশদ্বাৰৰ ওচৰৰ সাধাৰণ কৰিডৰতহে কেমেৰা লগোৱা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd