• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰই কাগজ কল বন্ধ কৰি চীনৰ পৰা অধিক দামত কাগজ আমদানি কৰিছে : এইচ্ছ পি চি পেপাৰ মিল্‌ছ ৰিভাইভেল একশ্যন কমিটি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 19, 2018 2:00 pm
Cachar-paper-mill-266x200

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাগজ কল পুনৰুজ্জীৱিতকৰণ আৰু ২০ মাহৰ বকেয়া আদায়ৰ দাবীত ২৬ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

জাগীৰোড আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিতকৰণ আৰু কৰ্মচাৰীসকলৰ ২০ মাহৰ বকেয়া দৰমহা মোকলাই দিয়াৰ দাবীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে নৱগঠিত এইচ্ছ পি চি পেপাৰ মিল্‌ছ ৰিভাইভেল একশ্যন কমিটীয়ে।

Apply Now

মঙলবাৰে শিলচৰত এখন সংবাদমেলত কমিটিৰ মুখ্য সংযোজক মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে কয় যে কাছাৰ আৰু নগাঁও কাগজ কল দুটাৰ বাবে ৯০ কোটি টকাৰ পেকেইজৰ ফাইল প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ত পৰি আছে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উক্ত ধনখিনি মোকলাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগে। কিন্তু উদ্যোগ দুটাৰ কৰ্মচাৰীসকল বহু মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকা সত্ত্বেও মুখ্য মন্ত্ৰীয়ে বিষয়টোত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আনফালে চৰকাৰে ইটোৰ পিছত সিটো প্ৰতিশ্ৰুতি দি আহিছে।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতিক সাৰহীন আখ্যা দি তেওঁ কয় যে একশ্যন কমিটীয়ে কাগজ কল দুটাৰ পুনৰুজ্জীৱিতকৰণ আৰু দৰমহাৰ টকা শীঘ্ৰে মোকলাই নিদিলে অহা ২৬ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা ২ বজালৈ ৬ আৰু ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী পালন কৰিব।

মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে জনায় যে এই কাৰ্য্যসূচীৰ পিছতো চৰকাৰৰ গা নলৰিলে, পৰৱৰ্তী সময়ত ৰেইল ৰুকো আৰু বৰাক বন্ধ কাৰ্যসূচী পালন কৰিব।

উল্লেখযোগ্য যে কাছাৰ কাগজ কলটো ২০১৫ চনৰ ২০ অক্টোবৰ আৰু নগাঁও কাগজ কলটো ২০১৭ চনৰ ১৩ মাৰ্চৰ পৰা বন্ধ হৈ আছে। কল দুটা কেন্দ্ৰীয় চৰকাৰে কোনো জাননী নিদিয়াকৈ বন্ধ কৰি দিয়ে। ইয়াৰ ফলত কল দুটাত কৰ্মৰত কৰ্মচাৰীসকলে আন্ধাৰ দেখিছে। তেওঁলোক পৰিয়ালৰ ভৱিষ্যতক লৈ অতিশয় উদ্বিগ্ন হৈ পৰিছে।

জানিব পৰা মতে, কাছাৰ কাগজ কল বন্ধ কৰি দিয়াৰ দুদিন আগলৈ কলটোৱে ৩০০ টন কাগজ উৎপাদন কৰিছিল আৰু বহু দিনৰ কেঁচা সামগ্ৰীও মজুত আছিল একেদৰে নগাঁও কাগজ কলো কোনোধৰণৰ জাননী নিদিয়াকৈ বন্ধ কৰি দিয়া হৈছে।

মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে কয় যে যোৱা বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত পাঁচগ্ৰামত আৰু ৰহাত অনুষ্ঠিত নিৰ্বাচনী সভাত প্ৰধান মন্ত্ৰী মোদীয়ে কাগজ কল দুটা পুনৰুজ্জীৱিতকৰণৰ প্ৰতিশ্ৰুতি দিছিল।

তেওঁ আৰু অভিযোগ কৰে যে এফালে কেন্দ্ৰৰ বিজেপি চৰকাৰে বজাৰত কাগজৰ কৃত্ৰিম নাটনি দেখুৱাই অধিক দামত চীনৰ পৰা কাগজ আমদানি কৰিছে। ২০১৭-১৮ চনত ৫১০ কোটি মেট্ৰিকটন আৰু দক্ষিণ কোৰিয়াৰ পৰা ১৫০ হাজাৰ মেট্ৰিকটন কাগজ আমদানি কৰে চৰকাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

September 12, 2026 5:50 pm
নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

September 12, 2026 4:21 pm
ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

September 12, 2026 3:17 pm
সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

September 12, 2026 2:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

September 12, 2026 5:50 pm
নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

September 12, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd