• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জিএছটি ঘাটি ২.৩৫লাখ কোটি টকাৰ ক্ষতিপূৰণৰ বাবে ৰাজ্যসমূহক কেন্দ্ৰৰ দুটা বিকল্পৰ প্ৰস্তাৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 27, 2020 7:48 pm
WhatsApp Image 2020-08-27 at 7.32.28 PM

বৃহস্পতিবাৰে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে হোৱা জিএছটি কাউন্সিলৰ বৈঠকত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বিত্তীয় বৰ্ষত জিএছটি ঘাটি ২.৩৫ লাখ কোটি টকা। সেয়া পূৰণ কৰাৰ বাবে ৰাজ্যসমূহক দুটা বিকল্প দিছে জিএছটি কাউন্সিলে।

কেন্দ্ৰৰ এই প্ৰস্তাৱ সম্পৰ্কত বিচাৰ কৰাৰ বাবে ৰাজ্যসমূহক সাতদিনৰ সময় বান্ধি দিয়া হৈছে।

Apply Now

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতাত বৃহস্পতিবাৰে জিএছটি কাউন্সিলৰ ৪১সংখ্যক বৈঠক অনুষ্ঠিত হয়।

বৈঠকৰ অন্তত কেন্দ্ৰীয় ৰাজহ সচিব অজয় ভূষণে জানিবলৈ দিয়ে কৰ’না ভাইৰাছ মহামাৰীৰ ফলত জিএছটি আদায়ত ব্যাপক লোকচান হৈছে।

কেন্দ্ৰৰ হিচাপ অনুসৰি, চলিত বিত্তীয় বৰ্ষত জিএছটিৰ বাবদ ৰাজ্যসমূহৰ ক্ষতিপূৰণৰ পৰিমান ৩লাখ কোটি টকা হ’ব।

ইয়াৰ ভিতৰত জিএছটিৰ আওতাৰ কৰৰ সৌজন্যত ৬৫,০০০কোটি টকা আদায় কৰিব পৰা যাব পাৰে।

বিত্তমন্ত্ৰীয়ে বাকী ২.৩৫লাখ কোটি টকাৰ ক্ষতিপূৰণ পূৰণ কৰি দিয়াৰ বাবে ৰাজ্যসমূহক দুটা বিকল্প দিয়া হৈছে বুলি জানিব দিয়ে।

প্ৰথম বিকল্প হিচাপে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ সৈতে আলোচনাৰ ভিত্তিত ৰাজ্যসমূহক এক নিৰ্দিষ্ট সময়সীমা দিয়া হ’ব। ইয়াৰ ভিতৰত সুতৰ হাৰ ৯৭,০০০কোটি টকা ঋণ লোৱাৰ সুযোগ পাব।

কৰ আদায়ৰ পৰা পাঁচ বছৰত (জিএছটি আৰম্ভৰ পাঁচ বছৰ অৰ্থাৎ ২০২২) সেই ধন পৰিশোধ কৰি দিয়া যাব।

দ্বিতীয় বিকল্প হিচাপে বিশেষ ‘উইণ্ডো’ৰ আওতাত ৰাজ্যসমূহে সম্পূৰ্ণ ২.৩৫লাখ কোটি টকাৰ ঋণ ল’ব পাৰিব।

বিত্ত মন্ত্ৰী সীতাৰমনে কয় যে বিকল্পৰ বিষয়ে চিন্তা-চৰ্চা কৰাৰ বাবে ৰাজ্যসমূহক সাতদিনৰ সময় দিয়া হৈছে। কেবল চলিত বিত্তীয় বৰ্ষৰ বাবেহে এই বিকল্প থাকিব। পৰৱৰ্তী বছৰত পৰিস্থিতি পৰ্যালোচনা কৰি চোৱা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

September 24, 2026 8:30 am
ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

September 24, 2026 8:05 am
শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

September 24, 2026 8:30 am
ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

September 24, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd