• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতত মুছলমান জনসংখ্যা কিমান, সংসদত লিখিতভাৱে জনাইছে কেন্দ্ৰই

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 25, 2023 8:10 am
প্ৰতিনিধিত্বমূলক ফটো: সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটো: সংগ্ৰহীত।

30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ মুছলমান জনসংখ্যা বৃদ্ধিৰ পৰিসংখ্যা পুনৰ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী স্মৃতি ইৰাণীয়ে লোকসভাত তৃণমূল কংগ্ৰেছৰ নেত্ৰী মালা ৰায়ৰ এক প্ৰশ্নৰ লিখিত উত্তৰ দিয়ে। য’ত তেওঁ উল্লেখ কৰে যে ২০২৩ চনৰ বাবে ভাৰতত আনুমানিক মুছলমান জনসংখ্যা প্ৰায় ১৯.৭ কোটি।

স্মৃতি ইৰাণীয়ে স্পষ্ট কৰি দিয়ে যে ২০১১ চনৰ লোকপিয়লৰ তথ্যৰ ভিত্তিত মুঠ জনসংখ্যাৰ ১৪.২ শতাংশ মুছলমান। অনুমান কৰা হৈছে যে ২০২৩ চনৰ ভিতৰত তেওঁলোকৰ জনসংখ্যা ১৯.৭ কোটি হ’ব, যিটো ২০১১ চনৰ তুলনাত ২.৫ কোটি বেছি। ২০১১ চনৰ লোকপিয়লৰ প্ৰতিবেদন অনুসৰি মুছলমান জনসংখ্যা আছিল ১৭.২ কোটি।

২০২৩ চনৰ বাবে ভাৰতৰ আনুমানিক জনসংখ্যা হ’ব ১৩৮.৮ কোটি। ১৪.২ শতাংশ মুছলমান জনসংখ্যা ধৰি ল’লে ২০২৩ চনত মুছলমান জনসংখ্যা প্ৰায় ১৯.৭ কোটি হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়।

Apply Now

জনগাঁথনিগত তথ্যৰ উপৰিও মন্ত্ৰীগৰাকীয়ে সাক্ষৰতাৰ হাৰ, শ্ৰম শক্তিৰ অংশগ্ৰহণ আৰু গৃহ, শৌচালয় আৰু পানীৰ দৰে অত্যাৱশ্যকীয় সুবিধা উপভোক্তাসকলৰ বিষয়েও বিতংভাৱে উল্লেখ কৰে। কিন্তু দেশৰ পিছপৰা মুছলমানসকলৰ জনগাঁথনিগত তথ্য সন্দৰ্ভত তেওঁ কোনো তথ্য নিদিলে।

তৃণমূল কংগ্ৰেছ নেত্ৰী মালা ৰায়ে দেশৰ মুছলমান জনসংখ্যাৰ তথ্য বিচাৰিছিল। তেওঁ লগতে জানিব বিচাৰিছিল যে চৰকাৰৰ হাতত পাছমন্দা মুছলমানৰ জনসংখ্যাৰ কোনো ৰেকৰ্ড আছে নেকি আৰু দেশৰ এই জনগোষ্ঠীৰ আৰ্থ-সামাজিক অৱস্থাৰ বিষয়ে তথ্য বিচাৰিছিল। স্মৃতি ইৰাণীয়ে এই বিষয়ত বিতং তথ্য দিব পৰা নাই।

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি চলিত বৰ্ষৰ মাজভাগলৈ ভাৰতে চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনসংখ্যা থকা দেশ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু একাংশ বিশ্লেষকৰ মতে ভাৰতে প্ৰকৃততে ইতিমধ্যে চীনৰ জনসংখ্যাক অতিক্ৰম কৰিছে।

চলিত বৰ্ষৰ আৰম্ভণিতে চীনৰ নেশ্যনেল ব্যুৰো অৱ ষ্টেটিষ্টিকছে প্ৰকাশ কৰা অনুসৰি ২০২২ চনৰ শেষলৈকে দেশখনৰ জনসংখ্যা প্ৰায় আঠ মিলিয়ন হ্ৰাস পাই ১৪১ কোটি হৈছে। ২০২৩ চনত ভাৰতৰ আনুমানিক জনসংখ্যা প্ৰায় ১৩৯ কোটি।

স্মৃতি ইৰাণীয়ে এই তথ্য দাখিল কৰাৰ পাছতো বিতৰ্ক আৰম্ভ হয়। লোকসভাত ভাৰতীয় মুছলমান জনসংখ্যাৰ সন্দৰ্ভত স্মৃতি ইৰাণীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত ৱাইচিয়ে কয়, “কেন্দ্ৰীয় মন্ত্ৰীয়ে কৈছে যে মুছলমান জনসংখ্যা ‘২০ কোটিতকৈ অধিক নহ’ব’”। কিন্তু সোঁপন্থী দলসমূহৰ মতে অহা কেইবছৰমানৰ ভিতৰত ভাৰতত মুছলমান সংখ্যাগৰিষ্ঠ হ’ব। যদি তেওঁলোকে মৌলিক অংক বুজি নাপায় তেন্তে তেওঁলোকে অন্ততঃ মোডী চৰকাৰক বিশ্বাস কৰিব বুলি আশা কৰিলোঁ।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd