• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেন্দ্ৰীয় বাজেট ২০২৬-২৭: ২০৪৭ চনলৈ ক্লাউড সেৱা প্ৰদানকাৰী বিদেশী কোম্পানীক কৰ ৰেহাইৰ ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2026 8:23 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নৱমবাৰৰ বাবে দেশৰ সাধাৰণ বাজেট দাখিল কৰে। স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দেওবাৰে দাখিল কৰা এই বাজেটত ভাৰতক বিশ্বব্যাপী ডিজিটেল আৰু ক্লাউড হাব হিচাপে গঢ়ি তোলাৰ দিশত কেতবোৰ যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে।

বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে ভাৰতত ডাটা চেণ্টাৰৰ জৰিয়তে বিশ্বজুৰি গ্ৰাহকক ক্লাউড সেৱা প্ৰদান কৰা বিদেশী কোম্পানীসমূহক ২০৪৭ চনলৈকে ‘টেক্স হলিডে’ (Tax Holiday) অৰ্থাৎ কৰ ৰেহাই প্ৰদান কৰা হ’ব। বাজেট ভাষণত তেওঁ উল্লেখ কৰে যে গুৰুত্বপূৰ্ণ ডিজিটেল আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে ডাটা চেণ্টাৰ খণ্ডত বিনিয়োগ বৃদ্ধি কৰাৰ প্ৰয়োজন আছে।

Apply Now

অৱশ্যে, এই সুবিধা লাভ কৰিবলৈ চৰকাৰে এক বিশেষ চৰ্ত আৰোপ কৰিছে। এই কৰ ৰেহাই লাভ কৰিবলৈ বিদেশী কোম্পানীসমূহে ভাৰতীয় গ্ৰাহকক এজন ‘ভাৰতীয় পুনৰ বিক্ৰেতা সত্তা’ (Indian Reseller Entity)-ৰ জৰিয়তেহে সেৱা আগবঢ়াব লাগিব। ঘৰুৱা কোম্পানীসমূহক শক্তিশালী কৰাৰ লগতে স্থানীয় পৰিৱেশ তন্ত্ৰক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে।

তথ্য প্ৰযুক্তি (IT) সেৱাৰ শ্ৰেণীবিভাজন

বিত্তমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, এতিয়াৰে পৰা ছফট্ ৱেৰ ডেভেল’পমেণ্ট, আই টি-সক্ষম সেৱা (ITES), ‘জ্ঞান ভিত্তিক সেৱা বাহ্যিক উৎসৰ পৰা সম্পন্ন কৰোৱা আৰু চুক্তিবদ্ধ গৱেষণা তথা বিকাশৰ (R&D) দৰে সকলোবোৰ সেৱাক একক শ্ৰেণী ‘তথ্য প্ৰযুক্তি সেৱা’-ৰ অধীনত গোট কৰা হ’ব।

ইয়াৰ উপৰিও আই টি সেৱাৰ বাবে ‘ছেফ হাৰ্বাৰ’ (Safe Harbor) নিয়মো সৰল কৰা হৈছে:

সকলো আই টি সেৱাৰ বাবে ১৫.৫% একেধৰণৰ ছেফ হাৰ্বাৰ মাৰ্জিন প্ৰযোজ্য হ’ব।

ইয়াৰ সীমা ৩০০ কোটিৰ পৰা ২০০০ কোটিলৈ বৃদ্ধি কৰা হৈছে।

এই অনুমোদন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে স্বয়ংক্ৰিয় আৰু নিয়মভিত্তিক কৰা হ’ব, যাৰ ফলত কৰ কৰ্তৃপক্ষৰ অডিটৰ (Audit) প্ৰয়োজনীয়তা নাথাকিব।

উল্লেখ্য যে বাজেটত কৃত্ৰিম বুদ্ধিমত্তাক (AI) ভৱিষ্যতৰ অৰ্থনীতিৰ কেন্দ্ৰবিন্দু হিচাপে ৰখা হৈছে। ‘IndiaAI Mission’-ৰ বাবে চৰকাৰে ১০০০ কোটি টকা আবণ্টন দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

August 12, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd