• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নামৰূপ সাৰ কাৰখানালৈ কেন্দ্ৰীয় চৰকাৰৰ ১০০ কোটি টকা আৱণ্টনক আদৰণি অসম ৰাজ্যিক বিজেপিৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 10, 2020 6:36 am

2 min read

index
527
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশৰ সংকটৰ সময়তো অষ্টলক্ষ্মী হিচাপে পৰিচিত উত্তৰ পূৰ্বাঞ্চলৰ তথা অসমৰ নামৰূপ সাৰ কাৰখানালৈ সৰ্বাংগীন উন্নয়নৰ হেতু ১০০ কোটি টকা আৱণ্টন দিয়া পদক্ষেপক ৰাজ্যিক বিজেপিয়ে আদৰণি জনোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে।

এই বৃহৎ সংখ্যক টকাৰে সাৰ কাৰখানাটোত নতুনত্বৰ সমাহাৰ ঘটাই পুনৰ্জীৱিত কৰি অধিক কাৰ্যক্ষম কৰি তুলিব বুলি ৰাজ্যিক বিজেপিয়ৰ জানিবলৈ দিয়ে।

এক প্ৰেছ বিবৃতি যোগে বিজেপিৰ মুখপাত্ৰ হেমাংগ ঠাকুৰীয়াই কয় যে, ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় চৰকাৰে NRL শোধনাগাৰ বাবে ৩০০০ কোটি টকাৰ আৱন্টন দিছিল আকৌ এতিয়া পুনৰ নামৰূপ সাৰ কাৰখানাৰ বাবে ১০০ কোটি টকা আৱন্টন দিয়া কাৰ্যই প্ৰমাণিত কৰে যে, অসম সদায়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চেনেহৰ আৰু তেখেতে অসমক সদায় এক বিশেষ দৃষ্টিৰে চায়।

বিগত প্ৰায় দুমাহ ধৰি চৰ্চাত থকা গহপুৰ-নুমলীগড় সংযোগী ব্ৰহ্মপুত্ৰ তলেৰে নিৰ্মাণ হ’বলগীয়া সুৰংগ পথত কেন্দ্ৰীয় চৰকাৰে শেষ অনুমতি দিয়া কাৰ্যক আদৰণি জনাই মুখপাত্ৰ হেমাংগ ঠাকুৰীয়াই কয় যে, বিজেপি দলে সদায় দেশৰ সাৰ্বভৌমত্ব ৰক্ষা, দেশৰ ভৱিষ্যত উন্নতিৰ হকে কাম কৰি যাব।

ইয়াৰ উদাহৰণ স্বৰূপে নিৰ্মাণ হ’বলগীয়া সুৰংগ পথৰ কথা উনুকিয়াই কয় যে, ভৱিষ্যতে ভাৰত-চীনৰ যুদ্ধ হ’লে এই সুৰংগ পথে ভাৰতীয় সেনাৰ সহায়কাৰী হিচাপে কাম কৰিব।

সেনাৰ সহায়ক হোৱাকৈ বহু গধুৰ যুদ্ধ সামগ্ৰী এই সুৰংগইদি কঢ়িয়াই নিব পাৰিব আৰু এই সুৰংগক চীনে বোমা, মিছাইলৰ দ্বাৰাও ধ্বংস কৰিব নোৱাৰিব। বিজেপি চৰকাৰে এই কাম দেশৰ ভবিষ্যতৰ কথা চিন্তা কৰিহে হাতত লৈছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ বাবে ঘোষণা কৰা মুঠ ১২৭.৭০ কোটি টকা ব্যয়ৰ ৩২৯ খন আঁচনিৰ সন্দৰ্ভত মুখপাত্ৰ হেমাংগ ঠাকুৰীয়াই কয় যে, এই কাৰ্যই সত্ৰ নগৰী মাজুলীৰ আৰ্থ সামাজিক উন্নয়নৰ দিশত এক নৱজাগৰণৰ সৃষ্টি কৰিব।

মাজুলীৰ সৰ্বাংগীন উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালৰৰ এই পদক্ষেপ সঁচাই প্ৰশংসনীয়, এনে পদক্ষেপে খুব সোনকালেই মাজুলীক অসমৰ এক অৰ্থনৈতিক প্ৰাণকেন্দ্ৰ হিচাপ গঢ়ি তুলিব আৰু আমি ইয়াক আদৰণি জনাইছো বুলিও কয় ঠাকুৰীয়াই।

Recent News

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd