• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ৭ লাখৰো অধিক গোচৰ; ১২ বছৰত ৬৮৩ কোটি আদায় দিছে অধিবক্তাক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 23, 2026 4:18 pm
59
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ লগতে দেশৰ বিভিন্ন আদালতত ভাৰত চৰকাৰৰ বিৰুদ্ধে ৭ লাখ ১৪ হাজাৰ গোচৰ বিচাৰাধীন হৈ আছে। তালিকাৰ শীৰ্ষত আছে বিত্ত মন্ত্ৰালয়। তেওঁলোকৰ বিৰুদ্ধে গোচৰৰ সংখ্যা ১ লাখ ৯৪ হাজাৰ।

সংসদীয় কৰ্মচাৰী তথা প্ৰশাসনিক সংস্কাৰ সমিতি আৰু আইন আৰু ন্যায় মন্ত্ৰালয়ে সংসদত প্ৰকাশ কৰা প্ৰতিবেদনত এই তথ্য দাখিল কৰিছে। প্ৰতিবেদনত কোৱা হৈছে যে নৰেন্দ্ৰ মোডী চৰকাৰৰ যোৱা ১২ বছৰত চৰকাৰৰ গোচৰৰ বিৰুদ্ধে যুঁজ দিয়া অধিবক্তাসকলক ৬৮৩ কোটি টকা আদায় দিছে।

Apply Now

মূলতঃ বিশেষ গোচৰত যুঁজিবলৈ বিখ্যাত অধিবক্তাক নিযুক্তি দিয়াৰ বাবেই এই ধন আদায় দিয়া হৈছে। এনেয়ে উচ্চতম ন্যায়ালয়ত এটৰ্নী জেনেৰেল আৰু ছলিচিটৰ জেনেৰেল আৰু তেওঁলোকৰ অধীনত অধিবক্তা থাকেই, তদুপৰি সকলো উচ্চ ন্যায়ালয়তে আইনজীৱী বা অধিবক্তা হিচাপে কেন্দ্ৰীয় চৰকাৰৰ স্থায়ী প্ৰতিনিধি থাকে। তেওঁলোকৰ দৰমহাও দিবলগীয়া হৈছে কেন্দ্ৰীয় চৰকাৰে।

অধিবক্তাৰ বিল নিষ্পত্তি কৰিবলৈ যোৱা বিত্তীয় বৰ্ষত সৰ্বাধিক ব্যয় কৰা হৈছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত এই খণ্ডত কেন্দ্ৰই ৮৭.৬৫ কোটি টকা ব্যয় কৰিবলগীয়া হৈছিল। চলিত বিত্তীয় বৰ্ষৰ ৩১ ডিচেম্বৰলৈকে ৭৫ কোটি টকা ব্যয় হৈছে।

সংসদীয় সমিতিয়ে এই বিষয়ত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি গোচৰসমূহৰ শীঘ্ৰে নিষ্পত্তিৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি কয়। আইন আৰু ন্যায় মন্ত্ৰালয়ে সংসদীয় কমিটীক অৱগত কৰে যে যোৱা বছৰ তেওঁলোকে এই সন্দৰ্ভত সম্পূৰ্ণ নিৰ্দেশিকা জাৰি কৰিছিল আৰু সংশ্লিষ্ট সকলোকে সকীয়াই দিছিল।

মন্ত্ৰালয়ে পৰ্যবেক্ষণ কৰে যে বহু ক্ষেত্ৰত চৰকাৰী অধিবক্তা অনুপস্থিত থাকে। তেওঁলোক উপস্থিত থাকিলেও বহু ক্ষেত্ৰত দেখা যায় যে তেওঁলোক গোচৰৰ বাবে সাজু নহয়। আদালতৰ পৰা সময় বিচৰাৰ বাবে শুনানি পলম হয়। অৱশ্যে আইন আৰু ন্যায় মন্ত্ৰালয়ে চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰালয়ৰ বিৰুদ্ধে এলানি অভিযোগ দাখিল কৰিছে। তেওঁলোকে কয় যে বহু গোচৰৰ প্ৰয়োজনীয় নথি-পত্ৰ সংশ্লিষ্ট মন্ত্ৰালয়ৰ পৰা পোৱা নাযায়। বহু মন্ত্ৰালয়ে তেওঁলোকৰ বক্তব্যৰ সমৰ্থনত নথি দাখিল কৰাত ব্যৰ্থ হৈছে। চৰকাৰৰ পৰাজয় অনিবাৰ্য হৈ পৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd