• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰে ১ কোটি ৰিক্সা চালকক প্ৰদান কৰিব ইলেকট্ৰ’নিক ৰিক্সা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 6, 2020 8:43 am
5k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে দেশৰ এক কোটিৰো অধিক ৰিক্সা চালকক ইলেকট্ৰ’নিক ৰিক্সা প্ৰদানৰ যোজা চলাই আছে। ইয়াৰ বাবে চৰকাৰে অতি কম সূদৰ হাৰত ঋণ আগবঢ়াব।

ইলেকট্ৰ’নিক ৰিক্সা সন্দৰ্ভত চৰকাৰে কিছু কিছু নিয়মৰ সাল সলনি ঘটাব বুলিও জানিব পৰা গৈছে।

ই ৰিক্সা প্ৰদান কৰাৰ সিদ্ধান্তই সাধাৰণ লোকে অতি কম মূল্যতে মেট্ৰ’, বাছ আস্থান, ৰেইলৱে ষ্টেশ্যন আদিলৈ অহা-যোৱা কৰিব পাৰিব।

উল্লেখ্য যে পথ,পৰিবহন আৰু ঘাইপথ মন্ত্ৰ্যালয়ে তিনি বছৰ পূৰ্বেই ৰিক্সা চালক সকলক ই ৰিক্সা প্ৰদানৰ যোজনা লৈছিল।

চৰকাৰী তথ্য অনুসৰি দিল্লীত ১,৫০,০০০, পশ্চিম বংগত ১,২৫,০০০ আৰু অসমত প্ৰায় ১ লাখৰো অধিক ই ৰিক্সা অনুমতি নোহোৱাকৈয়ে চলাই আছে।

এনেধৰণৰ অনিয়ম নোহোৱা কৰাৰ বাবেই চৰকাৰে ৪ শতাংশ সূদত ঋণ দিয়াৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য যে চৰকাৰে অতি শীঘ্ৰে পূৰ্বৰ নিয়ম সমূহ কিছু সাল সলনি ঘটাই একৰ পৰা ডেৰ লাখ টকাত ই ৰিক্সা প্ৰদান কৰিব।

দেশৰ প্ৰায় এক কোটি দুখীয়া লোকক এই সুবিধা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। তদুপৰি যিজনে এই ৰিক্সা চলাই বা যাৰ লাইচেঞ্চ থাকে তেওঁৱেই ই ৰিক্সাখনৰ গৰাকী হ’ব।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd