• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিধেয়ক সম্পৰ্কে অধ্যাদেশ জাৰি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী টোমাৰৰ মন্তব্য

কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈ নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে অধ্যাদেশ জাৰি কৰাৰ সিদ্ধান্ত লোৱা নাই: টোমাৰ

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , February 14, 2019 10:11 am

1 min read

Narendra-Singh-Tomar-750x375

কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰ। ফটো সৌজন্য: উইকিপিডিয়া

935
VIEWS
Share on FacebookShare on Twitter

শাসনাধিস্থ বিজেপিয়ে বুধবাৰে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপনত ব্যৰ্থ হোৱাৰ পিছত বিধেয়কখন সংশোধনীৰ বাবে অধ্যাদেশ জাৰি কৰাৰ ক্ষেত্ৰত এতিয়ালৈ বিজেপি দলে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি মত প্ৰকাশ কৰিছে সংসদীয় পৰিক্ৰমা মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে।

আনহাতে, মুছলমান মহিলাসকলৰ বিবাহৰ অধিকাৰ সম্পৰ্কীয় তিনি তালাক বিধেয়কখন ৰাজ্যসভাৰ অনুমোদন লাভ কৰাৰ বাবে নতুনকৈ উত্থাপন কৰা হ’ব পাৰে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ এৰাই চলে কেন্দ্ৰীয় মন্ত্ৰীজনে।

বিগত মাহত নাগৰিকত্ব সংশোধনী বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পাছত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বিধেয়কখন বাতিল কৰাৰ বাবে তীব্ৰ প্ৰতিবাদ গঢ়ি উঠিছিল। বিজেপিৰ সহযোগী দল সমূহেও উত্তৰ –পূৰ্বাঞ্চলত বিধেয়কখনৰ বিৰোধিতা কৰিছিল।

নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে বিৰোধী দলসমূহৰ আচৰণ সলনি হয় বুলিও সমালোচনা কৰে টোমাৰে।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd