DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সীমান্তত চীনৰ হেলিপেড, উচ্চতম ন্যায়ালয়ত চাৰি ধাম যাত্ৰাৰ পথ বহল কৰাৰ বাবে অনুমতি বিচাৰিলে কেন্দ্ৰই

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 10, 2021 12:51 pm
276
VIEWS
Share on FacebookShare on Twitter

ভাৰত-চীন সীমান্তৰ উত্তৰাখণ্ডৰ কাষতে চীনে নিৰ্মাণ কৰিছে হেলিপেড।

এই হেলিপেডৰ পৰাই চীনে ভাৰতৰ বিৰুদ্ধে আক্ৰমণ সংঘটিত কৰিব পাৰে।

এনে আশংকা ব্যক্ত কৰিয়েই কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত এক আবেদন জনায়।

আবেদনত কেন্দ্ৰীয় চৰকাৰে এই বুলি উল্লেখ কৰিছে যে চীনৰ ভাবুকি প্ৰতিহত কৰাৰ স্বাৰ্থতে চাৰিধান যাত্ৰাৰ পথ বহল  কৰাৰ অনুমতি দিব লাগে।

উল্লেখ্য গংগোত্ৰী,যমুনোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথক সংযোগ কৰি উত্তৰাখণ্ডত ৮৯৯ কিলোমিটাৰ দৈৰ্ঘৰ পথ নিৰ্মাণৰ কাম চলি আছে।

এই পথ বহলে ৫ মিটাৰৰ ওপৰত হ’ব নালাগিব বুলি উচ্চতম ন্যায়ালয়ে পূৰ্বে সীমা বান্ধি দিছিল।

কিন্তু চীনৰ পৰা আহিব পৰা ভাবুকিৰ দোহাই দি কেন্দ্ৰই পথটো বহলে ১০ মিটাৰ কৰিব বিচাৰিছে।

কেন্দ্ৰই এইবুলি যুক্তি দিছে যে চীনে আক্ৰমণ কৰিলে পথটোৰে টেংক আদি নিব লাগিব।

সেইবাবেই পথটোৰ বহল ১০ মিটাৰ কৰাৰ অনুমতি দিব লাগে।

পথটো  ৫ৰ ঠাইত ১০ মিটাৰ বহল কৰিলে আৰু বহু গছ কটা যাব।

সেইবাবেই প্ৰকৃতি সংগঠন ‘গ্ৰীণ ডু’-এ পথটো বহল কৰাৰ বিৰোধিতা কৰি আহিছে।

প্ৰকৃতি সংগঠনটোৱে আনকি এই বিষয়ত উচ্চতম ন্যায়ালয়ত গোচৰো তৰিছে।

পথটোৰ বহল বৃদ্ধিৰ নামত অধিক গছ কাটিলে উত্তৰাখণ্ডত ভূমিস্খলনৰ সমস্যা আৰু অধিক বাঢ়িব বুলি প্ৰকৃতি সংগঠনটোৱে কৈ আহিছে।

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd