• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কৰোণা ভাইৰাচ : ১ মাৰ্চৰ পৰা ভেকচিন প্ৰদান কৰা হ’ব পঞ্চাশোৰ্ধৰ ব্যক্তিক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 22, 2021 3:15 pm

1 min read

কৰোণা ভাইৰাচ : ১ মাৰ্চৰ পৰা ভেকচিন প্ৰদান কৰা হ’ব পঞ্চাশোৰ্ধৰ ব্যক্তিক
229
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে ভাৰতত কৰোণা ৰোগীৰ তালিকাত ১৪,১৯৯ জন যোগ হয়। আনহাতে ৮৩জন নতুন ৰোগীৰ মৃত্যু হৈছে।

এই নতুন ৰোগীসকল যোগ হোৱাৰ ফলত বৰ্তমান ভাৰতত মুঠ ১,১০,০৫,৮৫০ জন কৰোণা পজিটিভ ধৰা পৰাৰ লগতে ১,৫৬,৩৮৫জন ৰোগীৰ মৃত্যু হ’ল। আনহাতে ১,০৬,৯৯৪,১০ জন লোক সুস্থ হৈ উঠিছে।

ইয়াৰ উপৰিও স্বাস্থ্য বিভাগৰ তথ্যমতে ১.১১ কোটিতকৈও অধিক স্বাস্থ্যকৰ্মীক কৰোণাভাইৰাচ প্ৰতিৰোধী ভেকচিন প্ৰদান কৰা হৈছে।

বাতৰিমতে, কেন্দ্ৰীয় চৰকাৰে ১ মাৰ্চৰ পৰা পঞ্চাশোৰ্ধ ব্যক্তসকলক ভেকচিনৰ টিকাকৰণৰ ব্যৱস্থাৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে স্বাস্থ্যমন্ত্ৰালয়ে ৰাজ্যসমূহৰ লগতে কেন্দ্ৰীয়শাসিত ৰাজ্যসমূহলৈ ভেকচিনেচনৰ প্ৰস্তুতিৰ বাবে জাননি প্ৰেৰণ কৰিছে।

মূলতঃ ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহে এই ভেকচিনেচনত আগভাগ লৈছে। ইতিমধ্যে ব্যক্তিগত কোম্পানীসমূহে স্বাস্থ্যকৰ্মীসকলক ভেকচিন প্ৰদান কৰাত মুখ্য ভূমিকা লৈছে।

ইতিমধ্যে মহাৰাষ্ট্ৰত প্ৰশাসনে ৰাজহুৱা জীৱনযাত্ৰাৰ ওপৰত কঠোৰ হৈছে। মহাৰাষ্ট্ৰত দেওবাৰে ৭,০০০ নতুন কৰোণা পজিটিভ পোৱা গৈছে। ৰাজ্যখনৰ অমৰাৱতী অঞ্চল লকডাউন ঘোষণা কৰা হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ জন হপকিনছ ইউনিভাৰ্চিটিয়ে প্ৰকাশ কৰা তথ্য অনুযায়ী বিশ্ব প্ৰেক্ষাপটত বৰ্তমানলৈকে কৰোণা ৰোগীৰ সংখ্যা মুঠ ১১,১৩,৫১,১৯০ জন। ইয়াৰ ভিতৰত ২৪ লাখ ৰোগী মৃত্যু হোৱাৰ বিপৰীতে ৬,২৮,২৪,১২২ জন ৰোগীক ৰোগমুক্ত ঘোষণা কৰা হৈছে।

Recent News

a rajya-sabha

ৰাজ্যসভাত বিৰোধীক আলোচনা কৰিবলৈ দিয়া নহ’ল মূল্যবৃদ্ধিৰ প্ৰসংগ,পুৰণি ঘাঁ খজুৱাই ল’লে আমেজ!

Mahanta-Jitu Goswami

কাৰ বাবে অগপই দলৰ প্ৰতিষ্ঠাপক, দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ আসনখন এৰি দিলে জানেনে?

ইনষ্টাগ্ৰামলৈ উভটি আহিল ৰিয়া চক্ৰৱৰ্তী, জনালে নাৰী দিৱসৰ শুভেচ্ছা

ইনষ্টাগ্ৰামলৈ উভটি আহিল ৰিয়া চক্ৰৱৰ্তী, জনালে নাৰী দিৱসৰ শুভেচ্ছা

155512718_4069084763109762_1614877952894308684_o

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাই বোকাখাতত কোনে কোনে দাখিল কৰিলে মনোনয়ন পত্র?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd