• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমা বন্ধ কৰিলে চৰকাৰে, মৃত্যু ঘটিলেও পৰিয়ালে নাপাব সাহায্য!

এন ই নাও নিউজ by এন ই নাও নিউজ
April 19, 2021 3:22 pm
Pradhan-Mant
496
VIEWS
Share on FacebookShare on Twitter

কোভিডৰ দ্বিতীয়টো ঢৌৱে সংহাৰৰ সৃষ্টি কৰা ভাৰতবৰ্ষত এতিয়াৰে পৰা কোনো কোভিড যোদ্ধাৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটিলেও তেনে ব্যক্তিৰ পৰিয়ালে নাপাব চৰকাৰে ঘোষণা কৰা ৫০ লাখ টকাৰ বীমাৰ সুবিধা।

কেন্দ্ৰীয় চৰকাৰে কোভিডৰ ভৰপক সময়তে কোভিড যোদ্ধাসকলৰ বীমা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য বিগত বৰ্ষত কোভিডৰ প্ৰথম সংক্ৰমণ আৰম্ভ হোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে কোভিডৰ বিৰুদ্ধে সন্মুখৰ পৰা যুদ্ধ কৰি থকা চিকিৎসক, নাৰ্চ সকলৰ লগতে সাংবাদিকসকলকো ৫০ লাখ টকাৰ জীৱন বীমা আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰিছিল।

মোদীৰ চৰকাৰে কোভিড যোদ্ধাসকলক আকাশমাৰ্গৰ পৰা ফুল চটিয়াই সন্মান প্ৰদৰ্শন কৰিছিল।

চৰকাৰে কোভিড হাস্পতালত কৰ্মৰত কৰ্মচাৰীসকলৰ বাবেও ৫০ লাখ টকাৰ বামা প্ৰদানৰ কথা ঘোষণা কৰিছিল।

কিন্তু এতিয়া চৰকাৰেই সেই বীমাৰ সুবিধা বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।

২০২০ চনৰ ২০ মাৰ্চৰ পৰা চৰকাৰে উক্ত বীমা আৰম্ভ কৰিছিল।

পৰৱৰ্তী সময়ত সেই বীমাৰ ম্যাদ ২০২১ চনৰ ২৪ মাৰ্চলৈ বৃদ্ধি কৰা হয়।

শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে সকলো ৰাজ্যৰ মুখ্য সচিব সকললৈ পত্ৰ লিখি উক্ত বীমাৰ ধন আৰু দিব পৰা নাযাব বুলি জনোৱা বুলি জানিব পৰা গৈছে।

অৰ্থাৎ ২৪ মাৰ্চৰ পিছত কোভিডত মৃত্যু ঘটা কোনো কোভিড যোদ্ধাৰ পৰিয়ালে চৰকাৰৰ উক্ত বীমাৰ সুবিধা লাভ নকৰিব।

চৰকাৰৰ এনে সিদ্ধান্তকলৈ এতিয়া বিভিন্ন মহলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে।

Recent News

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd