DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উচ্চস্তৰীয় সমিতিৰ পৰা নাম উঠাই লোৱা সকলক আদৰণি অসম নাগৰিক সমাজৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 13, 2019 10:15 pm
431
VIEWS
Share on FacebookShare on Twitter

চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণ কৰাৰ সমান্তৰালভাৱে অসম ৰাইজক আভুৱা ভাঁৰিবলৈ সাংবিধানিক সুৰক্ষাৰ বাবে যি এখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিছিল সেই সমিতিৰ পৰা নাম উঠাই লোৱা সদস্য সকলক অসম নাগৰিক সমাজে আদৰণি জনাইছে।

উল্লেখযোগ্য যে চৰকাৰে এই উচ্চস্তৰীয় সমিতিখন ঘোষণা কৰাৰ দিনাই এইখন যে ভুৱা, প্ৰতাৰণামূলক আৰু প্ৰবঞ্চনামূলক সমিতি সেই কথাটো উপলব্ধি কৰিয়েই সদৌ অসম ছাত্ৰ সন্থায়ো এই সমিতি প্ৰত্যাখ্যান কৰিছিল। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এই সিদ্ধান্তক অসম নাগৰিক সমাজে আদৰণি জনায়।

ইফালে সমিতিখনৰ পৰা সৰহ সংখ্যক সদস্যই নিজৰ নাম উঠাই লোৱাৰ পিছত গোটেই সমিতিখনেই অকামিলা আৰু অসাৰ বৈ পৰা বুলি কৈ তাৰ লগত নিজকে যুক্ত কৰিবলৈ অস্বীকাৰ কৰি সমিতিখনৰ সভাপতিৰ দায়িত্ব দিয়া মদন প্ৰসাদ বেজবৰুৱায়ো নিজৰ নাম উঠাই লোৱাৰ কথা ৰাজহুৱাকৈ সদৰী কৰাত তেওঁকো নাগৰিক সমাজে আদৰণি জনায়।

লগতে অসম নাগৰিক সমাজে বাকী কেইজনকো সমিতিৰ পৰা নাম উঠাই লৈ চৰকাৰৰ এই অসম বিৰোধী ষড়যন্ত্ৰ প্ৰতিহত কৰিবলৈ আহ্বান জনায়।

Recent News

Rape Guwahati

গুৱাহাটীত ছয় বছৰীয়া শিশুক ধৰ্ষণ ষাঠীৰ ঊৰ্ধ্বৰ ব্যক্তিৰ: অভিযুক্তক গ্ৰেপ্তাৰ

Guwahati Murder

মহানগৰীত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd