• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিত স্বাধীনতা দিৱস; মুক্তিযোদ্ধা-জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা

NE NOW NEWS বিদ্যুৎ জ্যোতি বৰা
চামগুৰি , August 16, 2018 5:17 pm

1 min read

চামগুৰিত স্বাধীনতা দিৱস; মুক্তিযোদ্ধা-জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা
122
VIEWS
Share on FacebookShare on Twitter

কালি অৰ্থাৎ ১৫ আগষ্টৰ দিনা সমগ্ৰ দেশতে ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ সমান্তৰালভাৱে নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰ কাৰ্যালয়তো উলহ-মালহেৰে পালন কৰা হয়।

বুধবাৰে অনুষ্ঠিত হোৱা উদযাপন অনুষ্ঠানটোত  পুৱা 8 বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে চামগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সঞ্জীৱ দলৈয়ে।

পৰৱৰ্তী সময়ত সাংস্কৃতিক অনুষ্ঠানেৰে মুকলি সভাখনি শুভাৰম্ভ হোৱাৰ পিছতেই চামগুৰি বৃহত্তৰ অঞ্চলৰ ৩১  গৰাকী ক্ৰমে মুক্তিযোদ্ধা, জ্যেষ্ঠ নাগৰিক, শিক্ষাবিদ, সমাজ সেৱকক সম্বৰ্ধনা জনোৱাৰ লগতে ৰাজহ চক্ৰটোৰ অৱসৰপ্ৰাপ্ত ১০ গৰাকী কৰ্মচাৰীকো সম্বৰ্ধনা জ্ঞাপন কৰে।

চামগুৰি সংযুক্ত সাংবাদিক সন্থাৰ সম্পাদক নিলৰঞ্জন শৰ্মাই আঁত ধৰা  অনুষ্ঠানটোতে উপস্থিত সাংবাদিক সকলক আদৰণি জনোৱাৰ লগতে চামগুৰিলৈ গৌৰৱ কঢ়িয়াই অনা বিভিন্ন বিদ্যালয়ৰ ৪০ গৰাকী মেধা সম্পন্ন  হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক প্ৰশংসা পত্ৰ আৰু ফুলাম গামোচাৰে চামগুৰি প্ৰশাসনৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।

আনহাতে শিশুসকলৰ বিকাশৰ উদ্দেশ্যে সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd