• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিৰ আমনিত হস্তনিৰ্মিত পিষ্টলসহ দুই দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ

NE NOW NEWS বিদ্যুৎ জ্যোতি বৰা
চামগুৰি , September 7, 2018 7:36 pm

1 min read

চামগুৰিৰ আমনিত হস্তনিৰ্মিত পিষ্টলসহ দুই দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ
161
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনিত আজি হস্তনিৰ্মিত পিষ্টলসহ দুই দুৰ্ধৰ্ষ ডকাইতক কৰায়ত্ত কৰা ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে আজি পুৱা প্ৰায় ৯ বজাত আমনিৰ ৰাজকমল ধাবাৰ সন্মুখৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত গোপন সূত্ৰৰ ভিত্তিত চামগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰ্মনৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে অভিযান চলাই দুজন দুৰ্ধৰ্ষ ডকাইতকসহ এটা হস্তনিৰ্মিত পিষ্টল জব্দ কৰিবলৈ সক্ষম হয়।

ডকাইতি কাণ্ড সংঘটিত কৰাৰ উদ্দেশ্যে শিৱস্থান খলিহামাৰী গাঁৱৰ পৰা ওলাই আহি আৰক্ষীৰ জালত পৰা দুৰ্ধৰ্ষ ডকাইত দুজন হ’ল খলিহামাৰী গাঁৱৰ আফিৰ উদ্দিনৰ পুত্ৰ ৰাফুল আমিন (২৭) আৰু দুই নং গৰুমৰা গাঁৱৰ জাহাদ আলীৰ পুত্ৰ ইছমাইল আলী ওৰফে বাবুল(২৮)।

আৰক্ষীয়ে ধৃত ডকাইত দুজনে বিগত সময়ত বহু কেইটা ডকাইতি কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে যদিও আৰক্ষীৰ জেৰাতহে সকলোবোৰ তথ্য পোহৰলৈ আহিব বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Recent News

brazil-1

উৰিবলৈ লোৱাৰ সময়তে ৰাণৱেত দপদপাই জ্বলি উঠিল বিমান: খেলুৱৈসহ নিহত বহুজন

WhatsApp Image 2021-01-25 at 10.33.45 AM

বেলতলা জামে মছজিদত অচিনাকি যুৱকৰ দলে নামাজ পঢ়াক লৈ উত্তেজনা; ৯জনক আটক

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd