• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাণক্য নীতি  : এইকেইটা কথা জানি ল’লে বিপদ নাই জীৱনত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 15, 2023 7:00 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাচীন ভাৰতৰ ইতিহাসত চাণক্যৰ নাম সোণালী আখৰেৰে লিখা হৈছে। তেওঁ আছিল এজন মহান পণ্ডিত, কূটনীতিবিদ, দাৰ্শনিক আৰু অৰ্থনীতিবিদ। ইতিহাসৰ মাজেৰে চালে দেখিব যে আজিলৈকে মানুহক সমানে প্ৰভাৱিত কৰি অহা বহুতো কিতাপ আছে। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে চাণক্যৰ দ্বাৰা ৰচিত শ্ৰেষ্ঠ গ্ৰন্থ- ‘চাণক্য-নীতি’। কেৱল কিতাপৰ গৱেষণাই নহয়, চাণক্য নীতি আজিও মানুহৰ জীৱনতো সমানে ফলপ্ৰসূ।

লগতে পঢ়কঃ চাণক্য নীতি : এনে ব্যক্তিৰ পৰা চাৰি হাত দূৰত থাকক, নহ’লে বিপদ অনিবাৰ্য

Apply Now

চাণক্য নীতি পালন কৰি জীৱনত সফলতা লাভ কৰিব পাৰি। চাণক্যক মহান পণ্ডিতৰ ভিতৰত গণ্য কৰা হয়। এই কাৰণেই আজিও প্ৰাসংগিক আলোচনাত চাণক্যৰ নীতিৰ কথা আহি পৰে। চাণক্যই কৈছে জ্ঞান মানুহৰ শ্ৰেষ্ঠ সম্পদ। এজন জ্ঞানী মানুহক সকলোতে শলাগ লোৱা হয়। জ্ঞানৰ শক্তিৰে মানুহে এই পৃথিৱীৰ সকলোখিনি সাধন কৰিব পাৰে। গতিকে নিজকে জ্ঞানী কৰক। সৌন্দৰ্য্য আৰু যৌৱনতকৈ জ্ঞান অধিক শক্তিশালী। কিন্তু জ্ঞানৰ অহংকাৰত অন্ধ হোৱাটো কেতিয়াও উচিত নহয়।

লগতে পঢ়কঃ কেতিয়াও টকা হাতলৈ আহিলে এইবোৰ কাম নকৰিব! জানি লওক চাণক্য নীতি

চাণক্য এজন ভাৰতীয় শিক্ষক, দাৰ্শনিক, অৰ্থনীতিবিদ আৰু ৰাজ উপদেষ্টা আছিল। অৰ্থনৈতিক আৰু ৰাজনৈতিক দূৰদৰ্শিতাৰ বাবে চাণক্য আজি বিশ্ববিখ্যাত। পৃথিৱীৰ বিষয়ে তেওঁৰ জ্ঞান অপৰিসীম আছিল. আহকচোন মহামুনি চাণক্যই দিয়া এনেকেইটামান নীতিৰ বিষয়ে জানি লওঁ, যি কেইটা নীতি মনত ৰাখিলে জীৱনত বহু বিপদৰ পৰা হাত সাৰিব পাৰিব আৰু সংসাৰৰ বিষয়ে গভীৰ জ্ঞান উপলব্ধি কৰিব পাৰিব –

 

  •  ফুলৰ সুগন্ধি কেৱল বতাহৰ দিশত বিয়পে। কিন্তু এজন মানুহৰ ভাল কাম সকলো দিশতে বিয়পি পৰে।
  • মানুহ অকলে জন্ম হয় আৰু অকলে মৃত্যু হয়; আৰু তেওঁ কেৱল নিজৰ কৰ্মৰ ফল অনুসৰি অকলে নৰক বা স্বৰ্গলৈ যায়।
  •  শিক্ষাই হৈছে সৰ্বোত্তম বন্ধু। এজন শিক্ষিত ব্যক্তিক সকলোতে সন্মান কৰা হয়। শিক্ষাই সৌন্দৰ্য্য আৰু যৌৱনকো পৰাস্ত কৰিব পাৰে।
  • প্ৰতিটো বন্ধুত্বৰ আঁৰত থাকে কিছু স্বাৰ্থ। স্বাৰ্থৰ অবিহনে বন্ধুত্ব নাথাকে। এয়া এক তিক্ত সত্য।
  •  মানুহ জন্মৰ দ্বাৰা নহয়, মানুহ কৰ্মৰ দ্বাৰা মহান হয়।
  • এজন ব্যক্তি কেতিয়াও জোখতকৈ সৎ হ’ব নালাগে। পোন গছ প্ৰথমে কাটি দিয়া হয় আৰু সৎ মানুহক প্ৰথমে অন্যায় কৰা হয়।
  • সিংহৰ পৰা শিকিব পৰা এটা উৎকৃষ্ট কথা হ’ল যে মানুহে যি কৰিবলৈ মন কৰে, সেয়া তেওঁ সম্পূৰ্ণ হৃদয় আৰু কঠোৰ পৰিশ্ৰমেৰে কৰিব লাগে।
  • সাপ, ৰজা, বাঘ, চেপা ভেকুলী, সৰু ল’ৰা, কুকুৰ আৰু মূৰ্খ – এই কেইটি প্ৰাণীক টোপনিৰ পৰা জগাই তোলা উচিত নহয়।
  • সাপৰ বিষ দাঁতত থাকে, মাখিৰ বিষ মুখত আৰু বিচ্ছুৰ বিষ শুঙত থাকে; কিন্তু দুষ্ট মানুহৰ সকলোতে বিষ থাকে।

লগতে পঢ়কঃ সংকট আৰু বিপদৰ সময়ত এইবোৰ কথা অৱশ্যেই মনত ৰাখিব! চাণক্যই দিছে উপদেশ 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd