• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

১৬ দিনৰ বাবে চীল কৰা হ’ল চানমাৰীৰ মিলন নগৰ মছজিদ

দীপজ্যেতি শৰ্মা দীপজ্যোতি শৰ্মা
গুৱাহাটী , April 27, 2020 3:09 pm

1 min read

1.6k
VIEWS
Share on FacebookShare on Twitter

মহানগৰ প্ৰশাসনে আজি চানমাৰীৰ মিলন নগৰত থকা ২নং মছজিদটো ১৬ দিনৰ বাবে চীল কৰি দিয়ে। অহা ১১ মে’লৈ মচজিদটোত কোনো ব্যক্তি প্ৰবেশ প্ৰৱেশ কৰিব নোৱাৰিব।

জানিব পৰা মতে মছজিদটোৰ দায়িত্বত থকা ইমাম ইহাদুৰ ৰহমানে ল’কডাউনৰ চলি থকাৰ মাজতে ৰে’ড জ’ন হিচাপে ঘোষিত নলবাৰীলৈ গৈ তাৰ পৰা পত্নী আৰু পুত্ৰক লৈ উভতি আহিছিল। ৰমজান মাহ আৰম্ভ হোৱা হেতুকে ইমাম গৰাকীয়ে পূৰ্বৰ দৰে তাৰ পৰা ঘূৰি আহি যোৱা দেওবাৰেও মছজিদটোত আজান দিছিল।

ইপিনে পত্নী-পুত্ৰক লৈ তেওঁ নলবাৰীৰ পৰা ঘূৰি অহাৰ বুলি স্থানীয় ৰাইজে জানিব পাৰি প্ৰশাসনক খবৰ দিয়ে। মহানগৰ জিলা প্ৰশাসনে স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত দেওবাৰে মছজিদটোত উপস্থিত হৈ ইমাম ইহাদুৰসহ পত্নী আৰু পুত্ৰক পৃথকে পৃথকে কোৱাৰেণ্টাইন কৰে।

ইয়াৰ পিচত জিলা প্ৰশাসনে মছজিদটোৰ লগতে সমগ্ৰ মিলনপুৰ অঞ্চলটো চেনিটাইজ কৰে আৰু সুৰক্ষাজনিত কাৰণত  ১৬ দিনৰ বাবে মচজিদটো চীল কৰি দিয়ে।

আনহাতে ইতিমধ্যে নলবাৰীত থকা ইমান গৰাকীৰ পৰিয়ালৰ আন সদস্যসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে বুলি জানিব পৰা গৈছে। এইপৰ্যন্ত কোনো এগৰাকী লোকৰ দেহত কৰ’নাৰ উপস্থিত পোৱা নাই যদিও সকলোকে ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনত ৰখা হৈছে।

Recent News

a ca

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

opposition boycott president address

সংসদৰ যৌথ অধিৱেশনত ১৬টা বিৰোধী দলে বৰ্জন কৰিব ৰাষ্ট্ৰপতিৰ ভাষণ

a 5g

দেশত আৰম্ভ হ’ল 5G নেটৱৰ্ক, কোনখন চহৰে প্ৰথমে লাভ কৰিলে এই সেৱা?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd