• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিটেনশ্যন কেম্পত মৃত্যু হোৱা ২৮ গৰাকী লোকৰ ভিতৰত ৩ গৰাকী বাংলাদেশৰ : পাটোৱাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 1, 2019 10:00 am
Chandra Mohan Patowari

চন্দ্ৰমোহন পাটোৱাৰী

11.5k
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিভিন্ন অসুস্থতাৰ কাৰণত ডিটেনশ্যন কেম্পত মৃত্যু হোৱা ২৮ গৰাকী লোকৰ ভিতৰত মাত্ৰ তিনিগৰাকী লোক বাংলাদেশী পৰিচয়ৰ বুলি মন্তব্য কৰে।

৩০ নৱেম্বৰত অসম বিধানসভা অধিৱেশনত অসম গণ পৰিষদৰ বিধায়ক উৎপল দত্তৰ প্ৰশ্নৰ উত্তৰ দি পাটোৱাৰীয়ে কয়।

‘‘বিভিন্ন অসুস্থতাৰ বাবে অসমৰ ডিটেনশ্যন কেম্পত মৃত্যু হোৱা মুঠ ২৮ গৰাকী লোকৰ ভিতৰত মাত্ৰ তিনিগৰাকী লোকৰহে বাংলাদেশৰ ঠিকনা আছে,’’ পাটোৱাৰীৰ মন্তব্য।

আনহাতে, ডিটেনশ্যন কেম্পত মৃত্যু হোৱা বাসুদেৱ বিশ্বাস, নগেন দাস আৰু দুলাল মিঞাই তেওঁলোকৰ বাংলাদেশৰ ঠিকনা দিছিল বুলিও মন্ত্ৰী গৰাকীয়ে কয়।

বাংলাদেশী লোক তিনিগৰাকীৰ বাদে ডিটেনশ্যন কেম্পত মৃত্যু হোৱা অন্য ২৫ গৰাকী লোকৰ অসমৰ বিভিন্ন জিলাৰ ঠিকনা আছে বুলিও পাটোৱাৰীয়ে কয়।

ডিটেনশ্যন কেম্পত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক অসম চৰকাৰৰ তৰফৰ পৰা সাহায্য দিয়া হৈছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত চন্দ্ৰমোহন পাটোৱাৰীয়ে তেনেধৰণৰ কোনো ব্যৱস্থা নাই বুলি মন্তব্য কৰে।

পাটোৱাৰীয়ে অসম চৰকাৰৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈ ৰাজ্যত অধিক ডিটেনশ্যন কেম্প স্থাপন কৰাৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে বুলিও উল্লেখ কৰে।

উল্লেখযোগ্য যে, অসমৰ ডিটেনশ্যন কেম্পত বন্দী হৈ থকা লোকৰ মৃত্যুৰ প্ৰসংগত বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে। বহু সময়ত মৃতকৰ পৰিয়ালৰ লোকে চৰকাৰৰ পৰা মৃতদেহ গ্ৰহণ কৰিবলৈও অস্বীকাৰ কৰিছিল।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd