• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দুটিতকৈ অধিক সন্তান জন্ম দিলে পাব বিশেষ পুৰস্কাৰ : ঘোষণা চন্দ্ৰবাবু নাইডুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2026 9:08 am
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্ধ্ৰপ্ৰদেশত দুটা সন্তানৰ নীতি সলনি কৰি এতিয়া অধিক সন্তান জন্ম দিয়াৰ বাবে উৎসাহিত কৰিছে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে। জনগাঁথনিৰ ভাৰসাম্য ৰক্ষা কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এক বিশেষ পৰিকল্পনা হাতত লৈছে য’ত দুইতকৈ অধিক সন্তান থকা দম্পতীৰ বাবে বিভিন্ন পুৰস্কাৰ আৰু চৰকাৰী সুবিধাৰ কথা ঘোষণা কৰা হৈছে।

অন্ধ্ৰৰ মুখ্যমন্ত্ৰীৰ শেহতীয়া ঘোষণা অনুসৰি যদি কোনো দম্পতীৰ তৃতীয়টো সন্তান জন্ম হয় তেন্তে চৰকাৰৰ ফালৰ পৰা তেওঁলোকক একেলগে ২৫ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱা হ’ব। কেৱল আৰ্থিক সহায়েই নহয় সেই তৃতীয় সন্তানটোৰ ১৮ বছৰ বয়সলৈকে শিক্ষাৰ সম্পূৰ্ণ খৰচ চৰকাৰে বহন কৰিব বুলিও জানিবলৈ দিছে। ইয়াৰ উপৰিও যিসকল দম্পতীয়ে তিনিটা সন্তান জন্ম দিব তেওঁলোকক বিশেষ ছুটিৰ সুবিধা দিয়াৰ লগতে কম খৰচতে আইভিএফ বা অন্যান্য চিকিৎসা সহায় আগবঢ়োৱাৰ প্ৰস্তাৱো এই নীতিত অন্তৰ্ভুক্ত কৰা হৈছে।

Apply Now

এই নতুন জনসংখ্যা নীতিৰ খচৰা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে আৰু অহা এপ্ৰিল মাহৰ পৰাই ইয়াক কাৰ্যকৰী কৰাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী নাইডুৱে স্পষ্ট কৰি দিছে যে এই অভিনব পদ্ধতিয়ে ৰাজ্যখনৰ জনগাঁথনিৰ ছবিখন সলাই পেলাব। তেওঁৰ মতে অন্ধ্ৰপ্ৰদেশত বৰ্তমান জন্মৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বহু পৰিমাণে কমি গৈছে। ভাৰতত যি সময়ত মহিলাৰ প্ৰতি প্ৰসৱৰ হাৰ ২.১১ শতাংশ সেই সময়ত অন্ধ্ৰপ্ৰদেশত এই হাৰ মাত্ৰ ১.৫ শতাংশলৈ হ্ৰাস পাইছে।

নাইডুৱে দক্ষিণ কোৰিয়া আৰু জাপানৰ দৰে দেশৰ উদাহৰণ দি কয় যে জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ গৈ সেই দেশসমূহত এতিয়া তৰুণ প্ৰজন্মৰ অভাৱ ঘটিছে আৰু বৃদ্ধ লোকৰ সংখ্যা আশংকাজনকভাৱে বৃদ্ধি পাইছে। ইয়াৰ ফলত সেই দেশবোৰৰ অৰ্থনীতি আৰু ভৱিষ্যতৰ কৰ্মশক্তিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে। অন্ধ্ৰপ্ৰদেশ যাতে তেনে কোনো সংকটৰ সন্মুখীন নহয় তাৰ বাবে এতিয়াৰে পৰাই জনগাঁথনিৰ সংস্কাৰ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে বুলি তেওঁ মত প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd