• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুখ্যমন্ত্ৰী নোহোৱা পৰ্যন্ত বিধানসভাত ভৰি নিদিয়াৰ প্ৰতিজ্ঞা পূৰণ চন্দ্ৰবাবু নাইডুৰ; ৩১মাহৰ পাছত ভৰি থ’লে সদনত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2024 6:27 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩১ মাহৰ পাছত চন্দ্ৰবাবু নাইডুৱে ৰাজ্যৰ বিধানসভাত ভৰি দিলে। মুখ্যমন্ত্রী হোৱাৰ পাছত চন্দ্ৰবাবু শুকুৰবাৰে প্রথমবাৰৰ বাবে বিধানসভালৈ যায়৷এসময়ত চন্দ্ৰবাবুৱে পৰিয়ালক অপমান কৰাৰ অভিযোগ তুলি বিধানসভাৰ পৰা ওলাই আহিছিল।সেইদিনা তেওঁ পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ দিনাহে এই ভৱনলৈ ঘূৰি আহিব বুলি প্ৰতিশ্ৰুতি দিছিল।

২০২১ চনৰ নৱেম্বৰ মাহত বিধানসভাৰ অধিৱেশনৰ সময়ত অন্ধ্ৰপ্ৰদেশৰ তদানীন্তন শাসকীয় দল ৱাই এছ আৰ কংগ্ৰেছৰ বিধায়কৰ সৈতে তৰ্ক-বিতৰ্কত লিপ্ত হৈছিল চন্দ্ৰবাবু। অভিযোগ অনুসৰি নাৰী সবলীকৰণৰ আলোচনাৰ সময়ত জগনমোহন ৰেড্ডীৰ দলৰ বিধায়কসকলে চন্দ্ৰবাবুৰ পত্নীক লৈ অপমানজনক মন্তব্য কৰে। সেই অভিযোগ উত্থাপন কৰি চন্দ্ৰবাবুৱে বিধানসভাৰ পৰা ওলাই আহিল।

বিধানসভা এৰি যোৱাৰ সময়ত চন্দ্ৰবাবুৱে ঘোষণা কৰে যে, “ইয়াৰ পাছত মই কোনো অধিবেশনত উপস্থিত নাথাকো।যেতিয়া মই পুনৰ মুখ্যমন্ত্ৰী হম তেতিয়া বিধানসভাত ভৰি দিম।” সেই সময়ত টিডিপিয়ে দাবী কৰিছিল যে চন্দ্ৰবাবুৱে কান্দি কান্দি অপমানিত হৈ বিধানসভা এৰিলে।

Apply Now

উল্লেখ্য যে, ২০১৯ চনৰ বিধানসভা নিৰ্বাচনত চন্দ্ৰবাবুৰ চৰকাৰক উৎখাত কৰি জগনমোহন অন্ধ্ৰপ্ৰদেশ বিধানসভাত বহিছিল। কিন্তু পাঁচ বছৰৰ পাছত পুনৰ সলনি হ’ল অন্ধ্ৰৰ ৰাজনীতি৷ ২০২৪ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি আৰু জনসেনা দলৰ সৈতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে টিডিপিয়ে। সেই নিৰ্বাচনত চন্দ্ৰবাবুৱে ডাঙৰ জয়লাভ কৰিছিল। ১৭৫খন আসনৰ অন্ধ্ৰ বিধানসভাত টিডিপিয়ে ১৩৫খন আসনত জয়লাভ কৰে। আৰু চন্দ্ৰবাবুৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

শুকুৰবাৰে মুখ্যমন্ত্ৰী হিচাপে বিধানসভালৈ গৈছিল চন্দ্ৰবাবু। তেওঁক আদৰণি জনায় তেওঁৰ দলৰ বিধায়ক আৰু মিত্ৰসকলে। ৩১ মাহৰ পাছত চন্দ্ৰবাবুৱে বিধানসভাত ভৰি দিয়াৰ পাছত আৱেগিক হৈ পৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd