DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 8, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাৰ উত্তৰ পূব কয়লা ক্ষেত্ৰত পত্নী-সন্তানসহ সুৰক্ষা কৰ্মীৰ প্ৰতিবাদ

২০ বছৰৰো অধিক সময় ধৰি কৰ্মৰত সুৰক্ষাকৰ্মীক চাটাই কৰাৰ নিৰ্দেশক লৈ উত্তাল মাৰ্ঘেৰিটা

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
March 8, 2019 9:26 pm
308
VIEWS
Share on FacebookShare on Twitter

আজি আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই মাৰ্ঘেৰিটাৰ ৰাজপথত প্ৰতিবাদী কাৰ্যসূচীত নামিব লগা হয় একাংশ মহিলা। আনকি কোলাত কেঁচুৱা লৈও প্ৰতিবাদত অংশ গ্ৰহণ একাংশ ক’ল সুৰক্ষা কৰ্মীৰ পৰিয়ালৰ মহিলাৰ।

উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ বিভিন্ন কলিয়ৰীত নিয়োজিত অস্থায়ী সুৰক্ষা কৰ্মীসকলক ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ চাটাইৰ নিদেৰ্শক লৈ আজি উত্তাল হৈ পৰে মাৰ্ঘেৰিটা। মাৰ্ঘেৰিটা কেন্দ্ৰীয় খেল পথাৰৰ পৰা সমদল কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিসহ ক’ল ইণ্ডিয়াৰ সুৰক্ষা কৰ্মীসকলে পত্নী সন্তান সহ ক’ল সুৰক্ষা কৰ্মী চাটাই কৰাৰ প্ৰতিবাদত মাৰ্ঘেৰিটাস্থিত ক’ল ইণ্ডিয়াৰ মহা প্ৰবন্ধক কাৰ্যালয় সন্মুখৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি প্ৰায় দুঘণ্টা ধৰি অচল কৰি তোলে স্বাভাৱিক জনজীৱন।

উল্লেখযোগ্য যে ১৯৯২ চনৰ পৰা বিভিন্ন প্ৰতিষ্ঠানৰ জৰিয়তে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৰ উৎপাদিত কয়লাকে ধৰি বিভিন্ন ধৰণৰ সুৰক্ষাৰ কামত জড়িত তথা ২০ বছৰৰো অধিক সময় ধৰি কৰ্মৰত স্থানীয় সুৰক্ষা কৰ্মীক চাটাই কৰি প্ৰাক্তন সেনা বাহিনীৰ জোৱানক নিযুক্তি দিয়াৰ বাবে কলিকতা স্থিত মুখ্য কাৰ্যালয়ৰ পৰা নিদেৰ্শ দিয়াৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে একাংশ সুৰক্ষা কৰ্মীক চাটাই কৰা হৈছে।

পিছত প্ৰতিবাদস্থলীত উপস্থিত হোৱা মাৰ্ঘেৰিটা মহকুমা দণ্ডাধীশ ঝৰ্ণা পাটগিৰিৰ সৈতে প্ৰতিবাদীকাৰীৰে আলোচনা কৰি অহা ৭২ ঘণ্টা ভিতৰত ক’ল ইণ্ডিয়া কৰ্তৃপক্ষ , মহকুমা প্ৰশাসন আৰু প্ৰতিবাদী দল সংগঠনৰে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ আশ্বাস দিয়াত আজিৰ প্ৰতিবাদ সাময়িক ভাৱে উঠাই লয়।

Recent News

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd