• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাজোৱা চাহ বাগিচাত গুলীবৰ্ষণ কৰা ঘটনাৰ লগত জড়িত তিনিগৰাকীক অভিযুক্তক আটক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 13, 2019 9:08 am

1 min read

hajuwa tea estate

হাজোৱা চাহ বাগিচাত গুলীবৰ্ষণৰ ঘটনাৰ লগত জড়িত ব্যক্তি তিনিগৰাকী

8.2k
VIEWS
Share on FacebookShare on Twitter

চৰাইদেও জিলা আৰক্ষীয়ে মৰাণৰ হাজোৱা চাহবাগিচাত আলফাই গুলীবৰ্ষণ কৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ এমাহ উকলি যোৱাৰ পাছত ঘটনাৰ লগত জড়িত তিনিজন লোক ক্ৰমে আকাশ প্ৰধান(৩৪), জীতেন ঠাকুৰ (৩৪) আৰু উত্তম টেলেংগা(৩৮)ক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন লোকতিনিগৰাকীৰ ঘৰ ক্ৰমে হিংৰীজান, হাজোৱা আৰু খুটাইত বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে।

উল্লেখযোগ্য যে, মৰাণহাটত থকা হাজোৱা চাহ বাগিচাত ৯ জুনৰ দিনাখন দুগৰাকী বাইক আৰোহীয়ে নিজকে আলফা বুলি চিনাকী দি চাহ বাগিচাখনৰ মূল প্ৰবেশ দ্বাৰৰ সন্মুখত মুকলিকৈ গুলীবৰ্ষণ কৰিছিল।

ঘটনা সন্দৰ্ভত চাহ বাগিচাখনৰ মেনেজাৰগৰাকীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে ১২ জুনত মাধৱ নাথ এগৰাকী ব্যক্তিক ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছিল।

আনহাতে, আৰক্ষীৰ অভিযানত এখন মটৰ চাইকেল, পিষ্টল, আলফাৰ নামত ধন দাবী পত্ৰ আদিকে ধৰি ভালেমান আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।

আৰক্ষীয়ে আটক কৰা ব্যক্তি কেইগৰাকীয়ে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা আলফাৰ নামত ধন দাবী কৰি অহা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। চাহ বাগিচাখনৰ মেনেজাৰকো তেওঁলোকে আলফাৰ নাম লৈ ধন দাবী কৰিবলৈ অহিছিল বুলি অভিযোগ উঠিছে।

আৰক্ষীৰ পৰৱৰ্তী তদন্তত সকলো ঘটনা পোহৰলৈ আহিব আৰু ঘটনাৰ লগত আলফাৰ প্ৰকৃততে সম্বন্ধে আছে নে নাই জানিব পৰা যাব

Recent News

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

a mam

কেৱল দিল্লীতে নহয়, দেশৰ চাৰি স্থানত ৰাজধানী বিচাৰিলে এগৰাকী মুখ্যমন্ত্ৰীয়ে, কোন তেওঁ?

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd