• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আসন্ন পঞ্জাৱ নিৰ্বাচন: চন্নীৰ সমৰ্থনত অভিনেতা চনু সুদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2022 7:00 pm
Sonu Sood on Charanjit Channi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশতে ক’ভিদৰ পৰিপ্ৰেক্ষিতত লকডাউনৰ সময়ত নিজৰ মানৱীয় কাম-কাজেৰে দেশবাসীৰ অন্তৰ জয় কৰা বলীউদৰ অভিনেতা চনু সুদে আগন্তুক পঞ্জাৱ নিৰ্বাচনত পঞ্জাৱৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নীৰ সমৰ্থনত থিয় দিছে।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে চৰণজিৎ সিং চন্নীয়ে খুব কম সময়ৰ বাবে সেৱা আগবঢ়োৱাৰ সুযোগ পালে বুলি উল্লেখ কৰি চনু সুদে পঞ্জাৱ কংগ্ৰেছৰ নেতৃত্বক আন এটা সুযোগ দিবলৈ আহ্বান জনায়।

Apply Now

পঞ্জাৱৰ ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বী নৱজ্যোত সিং সিদ্ধুক এজন ভাল আৰু সৎ ব্যক্তি বুলি অভিহিত কৰাৰ লগতে তেওঁ সদায় হৃদয়ৰ পৰা কথা কয় বুলি মন্তব্য কৰে অভিনেতা চনু সুদে।

অৱশ্যে তেওঁ কংগ্ৰেছৰ প্ৰতি পৰোক্ষভাৱে সমৰ্থন জনালেও নিজে কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয় বুলিও উল্লেখ কৰে।

“মই চন্নীক লগ পাইছো। তেওঁ এজন মাটিৰ মানুহ আৰু স্বাভাৱিকতে আপোনাক হাঁহিবলৈ বাধ্য কৰে। যোৱা তিনি মাহত মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাম প্ৰশংসনীয় কিন্তু কাম কৰাৰ বাবে এই সময় অতি কম।”- সুদে কয়।

তেওঁ লগতে কয় যে, “চন্নীৰ মুখ্যমন্ত্ৰীত্বৰ সময় কোনোবাই বেটিং কৰিবলৈ যোৱাৰ মুহূৰ্ততে হঠাতে চাহ বিৰতি ঘোষণা কৰাৰ দৰে। মই ভাবো তেওঁ চাহৰ বিৰতিৰ পিছতো বেটিং কৰিব লাগিব।”

সুদে লগতে জনসাধাৰণে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীজনক বুজিব পৰাকৈ কংগ্ৰেছে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰা উচিত বুলি মন্তব্য কৰে।

উল্লেখ্য যে অভিনেতাগৰাকীৰ ভগ্নী মালবিকা সুদ চাচাৰে কিছুদিন পূৰ্বে কংগ্ৰেছত যোগদান কৰিছিল। আগন্তুক নিৰ্বাচনত তেওঁ মোগাৰ পৰা কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দিতা কৰিব।

ইতিমধ্যে চনু সুদে আগন্তুক ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁৰ ভগ্নীৰ হৈ প্ৰচাৰ চলাই আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

July 2, 2026 4:10 pm
ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026 3:56 pm
আমেৰিকান ফুটবলাৰে ৰেড কাৰ্ড পোৱাৰ বাবে সমৰ্থকে পালে ১০ কোটি টকাৰ ফ্ৰী পিজ্জা! জানি আচৰিত হ’ব কোম্পানীৰ এই অনন্য সিদ্ধান্তৰ কথা

আমেৰিকান ফুটবলাৰে ৰেড কাৰ্ড পোৱাৰ বাবে সমৰ্থকে পালে ১০ কোটি টকাৰ ফ্ৰী পিজ্জা! জানি আচৰিত হ’ব কোম্পানীৰ এই অনন্য সিদ্ধান্তৰ কথা

July 2, 2026 3:54 pm
ত্ৰিম্বকেশ্বৰৰ অমৃত কুণ্ডৰ তলত উদ্ধাৰ অতি কমেও ২৪০ বছৰ পুৰণি প্ৰাচীন শিৱলিংগ

ত্ৰিম্বকেশ্বৰৰ অমৃত কুণ্ডৰ তলত উদ্ধাৰ অতি কমেও ২৪০ বছৰ পুৰণি প্ৰাচীন শিৱলিংগ

July 2, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

July 2, 2026 4:10 pm
ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026 3:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd