• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ছেনিটাইজাৰ স্প্ৰে’ কৰাৰ ভাও ধৰি ATMৰ পৰা চোৰে উলিয়াই নিলে ৮.২ লাখ টকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 1, 2020 11:57 am

1 min read

ছেনিটাইজাৰ স্প্ৰে’ কৰাৰ ভাও ধৰি ATMৰ পৰা চোৰে উলিয়াই নিলে ৮.২ লাখ টকা

প্ৰতিনিধিত্বমূলক ছবি

4.2k
VIEWS
Share on FacebookShare on Twitter

ছেনিটাইজাৰ স্প্ৰে’ কৰাৰ ভাও ধৰি চেন্নাইৰ এটা ATMৰ পৰা চোৰে দেওবাৰে সৰকাই নিলে ৮.২ লাখ টকা।

যিহেতো ক’ৰ’না ভাইৰাছক লৈ মহানগৰখনৰ ৰাজহুৱা স্থানসমূহত ছেনিটাইজাৰ স্প্ৰে’ কৰি থকা হৈছে সেয়ে কোনেও লোকজনক সন্দেহ কৰা নাছিল।

প্ৰাপ্ত তথ্য মতে এটা বেগ আৰু স্প্ৰে’ টিউব লৈ অচিনাক্ত লোকজনে এখন অটোৰিক্সাত উঠি উক্ত স্থানত উপস্থিত হয়।

ATMটোৰ নিৰাপত্তাৰক্ষী গৰাকীক লোকজনে প্ৰশাসনৰ ফালৰ পৰা তেওঁক ছেনিটাইজাৰ ছটিয়াবলৈ পঠিওৱা হৈছে বুলি কয়।

আৰক্ষীয়ে জনোৱা মতে পইচা উলিয়াবলৈ ATMটোত প্ৰৱেশ কৰা এগৰাকী গ্ৰাহকে লোকজনক মেচিনটোৰ কাৰেন্সি চে’ষ্টত পাছৱ’ৰ্ড মাৰি থকা দেখা পাই যদিও তেওঁক বেংকৰ কৰ্মচাৰী বুলি ভাবে।

দহ মিনিটমানৰ পিছত লোকজনে বেগটো লৈ ATMটোৰ পৰা কোবাকুবিকৈ ওলাই ৰৈ থকা অটোৰিক্সাখনত উঠে।

গ্ৰাহকজনৰ সন্দেহ ওপজাত তেওঁ চিকিউৰিটি গাৰ্ডজনক কথাটো অৱগত কৰাত তেওঁলোকে লোকজনক ৰখাবলৈ চেষ্টা চলাই যদিও ইতিমধ্য চোৰে তাৰ পৰা পলায়ন কৰে।

পিছত বেংকৰ মেনেজাৰে খবৰ পাই ঘটনাস্থলীত উপস্থিত হয়। চোৰে ৮.২ লাখ টকা উলিয়াই নিয়ে বুলি তেওঁ জানিবলৈ দিয়ে।

আনহাতে আৰক্ষীয়ে বেংকটোৰ কোনো ভিতৰোৱা মানুহেই এইয়া সংঘটিত কৰা বুলি সন্দেহ কৰিছে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd