• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেটে-বলে দুৰ্দান্ত প্ৰদৰ্শনেৰে ৰাজস্থানৰ বিৰুদ্ধে দুৰন্ত জয় ধোনীৰ চেন্নাইৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 20, 2021 8:16 am
CSK against RR
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেটে-বলে দুৰ্দান্ত প্ৰদৰ্শনেৰে ৰাজস্থান ৰয়েলছক হৰুৱাই আইপিএলত এইবাৰ নিজৰ দ্বিতীয়টো বিজয় সাৱ্যস্ত কৰিলে মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বৰ চেন্নাই ছুপাৰ কিংছে।

চেন্নাইয়ে বান্ধি দিয়া ১৮৯ৰাণৰ লক্ষ্য অনুসৰণ কৰি মাত্ৰ ১৪৩ৰাণতে ইনিংছ সামৰিবলৈ বাধ্য হয় ৰাজস্থানে।

Apply Now

চেন্নাইৰ অধিনায়ক হিচাপে নিজৰ ২০০ সংখ্যক মেচখনত মহেন্দ্ৰ সিং ধোনীয়ে দলক ৪৫ ৰাণত বিজয় আনি দিয়ে।

সোমবাৰে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছনে।

ইপিনে, বেটিং কৰিবলৈ নামি আৰম্ভণিতে কিছু বিপৰ্যয়ৰ সন্মুখীন হয় চেন্নাই। মাত্ৰ ১০ ৰাণ কৰিয়েই আউট হয় অপেনাৰ ঋতুৰাজ গাইকোয়াড। তাৰপাছত দলৰ ৪৫ৰাণত আনজন অপেনাৰ ডু’প্লেছিও আউট হৈ যায়।

ডু’প্লেছিয়ে ৪টা চাৰি আৰু ২টা ছয়ৰ সহায়ত মাত্ৰ ১৭বলত ৩৩ৰাণ কৰি আউট হয়।

ইয়াৰ পাছতে মঈন আলীয়ে ২০টা বলত ২৬ৰাণ কৰে। মঈন আউট হোৱাৰ পাছত ক্ৰীজলৈ অহা অম্বাতি ৰায়ডুৱে ৰাইনাৰ সৈতে যুটী বান্ধি দলৰ বাবে দ্ৰুত ৰাণ সংগ্ৰহ কৰে।

ৰায়ডুৱে ১৭টা বলত ২৭ৰাম কৰি আউট হয়। শেষৰ পিনে ব্ৰেভোৰ ৮টা বলত ২০ৰাণৰ সহায়ত চেন্নাইয়ে দলীয় স্ক’ৰ ১৮০ অতিক্ৰম কৰে।

ৰাজস্থান ৰয়েলছে ১৮৯ৰাণৰ লক্ষ্য আগত ৰাখি বেটিং কৰিবলৈ নামি ভাল আৰম্ভণি ঘটায় যদিও তাৰপাছত তাচপাতৰ দৰে খহি পৰে দলৰ ইনিংছ। মাত্ৰ এপিনে জোছ বাটলাৰে যুঁজ অব্যাহত ৰাখে।

কিন্তু দলৰ বাকী বেটছমেনসকল ব্যৰ্থ হয়। বাটলাৰে ৩৫টা বলত ৪৯ৰাণৰ এক দৰ্শণীয় ইনিংছ খেলে। কিন্তু দলক বিজয় দিবলৈ সেয়া যথেষ্ট নাছিল। তেওটিয়া(২০) আৰু উনাদকাটৰ (২৪) চেষ্টাও কামত নাহিল।

অৱশেষত নিৰ্দিষ্ট ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ৰাজস্থানে ১৪৩ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

খেলখনত চেন্নাইৰ বিজয়ৰ মূল যোদ্ধা আছিল বলাৰসকলহে। মঈন আলীয়ে মাত্ৰ ৭ৰাণ দি ৩টা উইকেট দখল কৰে। তদুপৰি, জাডেজা আৰু কুৰানেও লাভ কৰে দুটাকৈ উইকেট।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd