• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ত শংকৰদেৱৰ নামত প্ৰতিষ্ঠা হ’ব আসন; ৰাজ্যপাল ৰমেন ডেকাৰ পদক্ষেপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 4, 2025 11:01 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই এটা ভাল খবৰ সদৰী কৰিছে। ৰাজ্যখনৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠা কৰা হ’ব। ইয়াৰ বাবে বাজেটত ২ কোটি টকা ধাৰ্যও কৰা হৈছে।

আনহাতে, ছত্তীশগড়ৰ সৈতে অসমৰ সাংস্কৃতিক বিনিময়ৰ সন্দৰ্ভতো ৰাজ্যপাল ডেকাই পদক্ষেপ গ্ৰহণ কৰিছে। 

Apply Now

ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে দায়িত্ব লোৱাৰ পাছতেই ৰমেন ডেকাই অসমৰ সৈতে ৰাজ্যখনৰ মধুৰ সম্পৰ্ক গঢ়ি তোলাৰ প্ৰয়াস চলাব বুলি সদৰী কৰিছিল।

ৰাজ্যপাল ৰমেন ডেকাই সোমবাৰে গুৱাহাটীত এক সংবাদ মেল সম্বোধন কৰি এই ভাল খবৰটো সদৰী কৰে। মহানগৰীৰ ছাত্ৰীবাৰীৰ নিজৰ বাসভৱনত সংবাদ মেল সম্বোধন কৰি ডেকাই কয় যে, ছত্তীশগড়ৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন সংৰক্ষণ হ’ব। তাৰ বাবে ৰাজ্যখনৰ বাজেটত ২ কোটি টকা ধাৰ্য কৰা হৈছে। ছত্তীশগড়ৰ ৰাজ্যভাষাতে শিক্ষাৰ্থীয়ে মহাপুৰুষ জনাৰ সৃষ্টিৰাজিৰ সন্দৰ্ভত গৱেষণা কৰিব পাৰিব।

তেওঁ উল্লেখ কৰে যে ৫০ বছৰ পূৰ্বে মহেন্দ্ৰ মোহন চৌধুৰী পাঞ্জাৱৰ ৰাজ্যপাল হৈ থাকোতেই পাঞ্জাৱৰ বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠা কৰিছিল। তাৰ ঠিক ৫০ বছৰ পাছত এতিয়া ছত্তীশগড়ৰ বিশ্ববিদ্যালয়তো শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন প্ৰতিষ্ঠা হৈছে। নতুন শিক্ষাবৰ্ষ আৰম্ভ কৰাৰ সময়তে বিশ্ববিদ্যালয়খনত এই নতুন আসনখন প্ৰতিষ্ঠা কৰা হ’ব।

সমূহ অসমবাসী ৰাইজক জনাবলৈ পাই সুখী হৈছোঁ যে, আমাৰ প্ৰচেষ্টাত ছত্তীশগড়ৰ ৰায়পুৰস্থিত পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামত এখন আসন প্ৰতিষ্ঠাৰ বাবে আজি ঘোষণা কৰা বাজেটত ২ কোটি টকা ধাৰ্য্য কৰা হৈছে।

উল্লেখযোগ্য যে প্ৰয়াত মহেন্দ্র মোহন… pic.twitter.com/4eS46raJjg

— Ramen Deka (@ramendeka16) March 3, 2025

সংবাদ মেলত তেওঁ সদৰী কৰে যে এনে পদক্ষেপ গ্ৰহণৰ জৰিয়তে তেওঁ নিজকে এগৰাকী অসমীয়া হিচাপে গৌৰৱবোধ কৰিছে। তেওঁ লগতে জানিবলৈ দিয়ে যে দুয়োখন ৰাজ্যৰ মাজত সাংস্কৃতিক বিনিময়ৰ লক্ষ্যৰে গুৱাহাটী উজান বজাৰৰ মহিলা ভাওনা দলক ছত্তীশগড়ত ভাওনা প্ৰদৰ্শন কৰিবলৈ নিয়া হ’ব।

ইপিনে, ৰাজ্যপাল ডেকাই অসম আৰু ছত্তীশগড়ৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ অসমত এটা ছত্তীশগড় ভৱন নিৰ্মাণৰো প্ৰস্তাৱ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

June 7, 2026 3:36 pm
চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

June 7, 2026 3:24 pm
ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

June 7, 2026 3:04 pm
ত্বিশা শৰ্মাৰ মৃত্যুৰ ঘটনাৰ গোপন কেচ ডায়েৰী ফাদিল? কেনেকৈ অভিযুক্তৰ হাতত পৰিল আৰক্ষীৰ নথি-পত্ৰ!

ত্বিশা শৰ্মাৰ মৃত্যুৰ ঘটনাৰ গোপন কেচ ডায়েৰী ফাদিল? কেনেকৈ অভিযুক্তৰ হাতত পৰিল আৰক্ষীৰ নথি-পত্ৰ!

June 7, 2026 2:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

June 7, 2026 3:36 pm
চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

June 7, 2026 3:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd