• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰ্চুৱেল বৈঠকত ৰিপুন বৰাক ধমক পি চিদাম্বৰমৰ; ৰিপুন বৰাই ক’লে “Sorry Sir”

পি. চিদাম্বৰমৰ ফোন ৰিচিভ নকৰি কি গালি খালে ৰিপুন বৰাই?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 9, 2021 8:35 pm
a chida
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১ জানুৱাৰীৰ পৰা সংবাদমেল পাতি মছলাযুক্ত বক্তব্য ৰাখিম বুলি ঘোষণা কৰাৰ পাছৰ পৰা এটাৰ পাছত আন এটা বিপদে লগ নেৰা হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ।

যোৱা ১ জানুৱাৰীৰ দিনা সংবাদমেল অনুষ্ঠিত কৰাৰ পূৰ্বে সংবাদমাধ্যমৰ কেমেৰা অন হৈ থকা গম নাপাই সাংসদ গৌৰৱ গগৈৰ কাণে কাণে ‘প্ৰতিশ্ৰুতিবোৰ কৈ দিওঁ পাছত পূৰণ কৰাৰ ক্ষেত্ৰত যি হয় হ’ব’ বুলি কৈ সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন হৈছিল ৰিপুন বৰা।

Apply Now

তাৰ পাছত আজি পুনৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আইন বিভাগৰ উদ্যোগত অনুষ্ঠিত “ৰাজ্যিক আইন অভিবর্তন” ভাৰ্চুৱেল মাধ্যমত প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমে “ভাৰতবৰ্ষৰ গণতন্ত্ৰ আৰু সংবিধানৰ প্ৰতি প্ৰত্যাহ্বান আৰু ভাবুকি” শীৰ্ষক বিষয়ত বক্তব্য ৰখাৰ পূৰ্বে ফোনযোগে ধমক দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক।

যিখিনি মন্তব্য পি. চিদাম্বৰমৰ ভাৰ্চুৱেল কেমেৰা অন ৰখাৰ বাবে উপস্থিত সকলোৱে শুনিবলৈ পাইছিল। অৱশ্যে, ধমক দি থকা অৱস্থাতে চিদাম্বৰমৰ কেমেৰা মিউট কৰি দিয়ে ভাৰ্চুৱেল মাধ্যমৰ পৰিচালনাৰ দায়িত্বত থকা বিষয়ববীয়াই।

ফোনযোগে বৰাক চিদাম্বৰমে ধমক দি কৈছিল ‘মিঃ বৰা, কোনোবাই আপোনাৰ ফোনটো ৰিচিভ কৰিব পাৰে। মই বাৰেপতি ফোন কৰি আছো আপোনাক।‘

‘যদি আপুনি ফোনটো ৰিচিভ কৰিব নোৱাৰে তেন্তে কোনোবাইতো ফোনটো ধৰিব পাৰে। আপোনাক চাৰি পাঁচবাৰ ফোন কৰি আছো আপুনি ৰিচিভ কৰা নাই, এইটোৱেই আপোনাৰ প্ৰব্লেম।‘ এইদৰে ৰিপুন বৰাক ধমক দিয়ে পি. চিদাম্বৰমে।

তাৰ পাছতে ৰিপুন বৰাই ‘Sorry Sir’ বুলি কোৱা আমাৰ সাংবাদিকে শুনিবলৈ পায়।

উল্লেখযোগ্য যে, আই.টি.এ মাছখোৱাত পুৱা ১০:৩০ বজাৰ পৰা উক্ত ‘আইন অভিৱৰ্তন’ অনুষ্ঠিত কৰাৰ কথা আছিল যদিও ১১ বজাৰ পাছতহে আৰম্ভ হৈছিল। হয়তো সেইবাবেই ৰিপুন বৰাৰ ওপৰত খঙত টিঙিৰিতুলা হৈছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি. চিদাম্বৰম।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd