DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম-মিজোৰাম সীমান্ত সমস্যাক লৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 9, 2021 4:46 pm
Himanta meet Modi
163
VIEWS
Share on FacebookShare on Twitter

অসম মিজোৰামৰ সীমান্ত সমস্যাক লৈ বিগত প্ৰায় এমাহ ধৰি চলি থকা উত্তেজনাৰ মাজতে দুয়োখন ৰাজ্যৰ সীমান্ত সমস্যাৰ নিষ্পত্তিৰ আৰ্জি লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সোমবাৰে পুৱাই প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী।

আনহাতে, ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীৰ এই সাক্ষাতৰ সময়ত তেওঁৰ লগত আছিল অসমৰ বিজেপিৰ সাংসদসকল।

কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাতৰ পাছতে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে।

জানিব পৰা মতে, অসম-মিজোৰাম সীমান্তৰ সমস্যাক লৈ দুয়োগৰাকী নেতাই আলোচনা কৰে।

প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পাছতে মুখ্যমন্ত্ৰী শৰ্মাই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মান্দৱ্যক সাক্ষাৎ কৰি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

Recent News

Couple commits suicide in Bajali: ঋণৰ বোজা সহিব নোৱাৰি বজালীত দম্পতীৰ আত্মহত্যা

Couple commits suicide in Bajali: ঋণৰ বোজা সহিব নোৱাৰি বজালীত দম্পতীৰ আত্মহত্যা

এইবাৰ ‘অটল বিহাৰী বাজপেয়ীৰ জীৱনৰ আধাৰত বলীউডত নিৰ্মাণ হ’ব ছবি

এইবাৰ ‘অটল বিহাৰী বাজপেয়ীৰ জীৱনৰ আধাৰত বলীউডত নিৰ্মাণ হ’ব ছবি

মণিপুৰৰ নোনিত ভয়াৱহ ভূমিস্খলন: দুই সেনা জোৱানসহ ছয় গৰাকীৰ মৃত্যু, কেইবাগৰাকীও সন্ধানহীন

মণিপুৰৰ নোনিত ভয়াৱহ ভূমিস্খলন: দুই সেনা জোৱানসহ ছয় গৰাকীৰ মৃত্যু, কেইবাগৰাকীও সন্ধানহীন

AASU protest: ৰাজ্যৰ বানপানী সমস্যাকলৈ বিশ্বনাথত আছুৰ বিক্ষোভ; আৰক্ষী প্ৰশাসনৰ বাধা

AASU protest: ৰাজ্যৰ বানপানী সমস্যাকলৈ বিশ্বনাথত আছুৰ বিক্ষোভ; আৰক্ষী প্ৰশাসনৰ বাধা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd