• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাঁও জিলাৰ আই নদীৰ বানপানীৰ ক্ষয়-ক্ষতিৰ বুজ ল’লে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

NE NOW NEWS ইয়াছীন আলী
কোকিলা , July 22, 2020 11:25 am

2 min read

বঙাইগাঁও জিলাৰ আই নদীৰ বানপানীৰ ক্ষয়-ক্ষতিৰ বুজ ল’লে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
1.3k
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে বিয়লি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জামদহা, জাৰাগুৰীত আই নদীৰ বানপানীত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে আশ্ৰয় শিৱিৰত থকা বন্যাৰ্তৰ লগত মত বিনিময় কৰি পৰিস্থিতিৰ বুজ লয়।

যোৱা ২৫ জুনৰ পৰা ধাৰাবাহিকভাৱে হৈ থকা আই, মানাহ নদীৰ বানপানীয়ে অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ৫০ খনতকৈ অধিক গাঁও বানপানীৰ কৱলত পৰি যমৰ যাতনাত ভুগিব লগা হৈছে।

আই নদীৰ পৰা ওলোৱা নতুন সুঁতিয়ে জামদহা, জাৰাগুৰী অঞ্চলৰ প্ৰায় দুই শতাধিক পৰিয়ালৰ ঘৰ-বাৰী ভাঙি যোৱাত ৰাস্তাত শিৱিৰ পাতি আশ্ৰয় লৈ থকা বন্যাৰ্তৰ লগত মত বিনিময় কৰি পৰিস্থিতিৰ বুজ লয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

পিছত গৰাখহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়াল সমূহক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে বানপানী শেষ হোৱাৰ পিছতেই আই নদীৰ নতুন সুঁতিৰ মুখত মথাউৰি নিৰ্মাণ কৰাৰ নিৰ্দেশ দিয়ে।

লগতে কয় নৰেন্দ্ৰ মোডীৰ নিৰ্দেশ মৰ্মে উত্তৰ-পূবৰ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এখন কমিটি গঠন কৰা হৈছে গতিকে বানপানীৰ ফলত হোৱা ক্ষতিগ্ৰস্ত সকলোক সহায় কৰা হব বুলি সোণোৱালে উল্লেখ কৰে।

পৰিদৰ্শনৰ সময়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোমোৱালৰ লগতে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী, জলসম্পদ মন্ত্ৰী কেশব মহন্ত, পৰ্যটক মন্ত্ৰী চন্দন ব্ৰহ্ম, স্থানীয় বিধায়ক আব্দুল হাই নাগৰি, বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰী, বঙাইগাওঁ জিলা উপায়ুক্ত ডঃ এম এছ লক্ষ্মী প্ৰিয়া, জিলা আৰক্ষী অধীক্ষক, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে সহস্ৰাধিক বন্যাৰ্ত ৰাইজ উপস্থিত থাকে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd