• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বহিঃৰাজ্যত আৱদ্ধ অসমৰ লোক সকলৰ সহায়ৰ বাবে বহুকেইখন ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ সৈতে সৰ্বানন্দ সোণোৱালৰ টেলিফোনিক বাৰ্তালাপ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 18, 2020 5:35 pm
Sonowal

মুখ্য মন্ত্ৰী সোণোৱাল

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰে, গুজৰাটৰ মুখ্য মন্ত্ৰী বিজয় ৰূপানী, ৰাজস্থানৰ মুখ্য মন্ত্ৰী অশোক গেহলট, অন্ধ্ৰপ্ৰদেশৰ মুখ্য মন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডী, কেৰালাৰ মুখ্য মন্ত্ৰী পি বিজয়ন আৰু কৰ্ণাটকৰ মুখ্য মন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰি ল’কডাউনৰ সময়ছোৱাত বহিঃৰাজ্য কেইখনত আৱদ্ধ হৈ থকা অসমৰ লোকসকলক সুৰক্ষিত কৰি ৰখা আৰু প্ৰয়োজনীয় সা-সুবিধা আগবঢ়োৱাৰ বিষয় সন্দৰ্ভত আলোচনা কৰে।

বাৰ্তলাপৰ সময়ত সোণোৱালে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰজুৰি কাৰ্য্যকৰী হৈ থকা ল’কডাউনৰ ফলত সেই ৰাজ্যকেইখনত অধ্যয়ন কৰি থকা অসমৰ ছাত্ৰ-ছাত্ৰীকে ধৰি বিভিন্ন ক্ষেত্ৰত কৰ্মৰত হৈ থকা ব্যক্তি, চিকিৎসা আরু বিভিন্ন উদ্দেশ্যে ৰাজ্যকেইখনলৈ যোৱা অসমৰ বহু সংখ্যক লোক ইতিমধ্যে আৱদ্ধ হৈ পৰিছে বুলি মন্তব্য কৰে।

Apply Now

অসম চৰকাৰে এই লোকসকলক সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে নিজাববীয়াকৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও সংশ্লিষ্ট ৰাজ্যকেইখনৰ তৰফৰ পৰা লাভ কৰা সহযোগিতাই এনেদৰে লকডাউনত আবদ্ধ অসমৰ লোকসকলক যথেষ্ট সকাহ দিব।

এই কথা উল্লেখ কৰি অসমৰ এই লোকসকলক সংশ্লিষ্ট ৰাজ্য চৰকাৰ কেইখনে আশ্ৰয়, খাদ্য যোগান, চিকিৎসাকে ধৰি প্ৰয়োজনীয় সকলো সা-সুবিধা যাতে আগবঢ়ায় তাৰ বাবে মুখ্য মন্ত্ৰী সোণোৱালে বাৰ্তালাপৰ সময়ত মুখ্য মন্ত্ৰী কেইগৰাকীক অনুৰোধ কৰে।

অসম চৰকাৰেও অন্য ৰাজ্যৰ পৰা এনে ধৰণৰ পত্ৰ লাভ কৰাৰ কথা মুখ্য মন্ত্ৰী সোণোৱালে বাৰ্তালাপৰ সময়ত উল্লেখ কৰে।

আনহাতে, আলোচনাৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱালে অন্য ৰাজ্যৰ মুখ্য মন্ত্ৰী কেইগৰাকীক আশ্বস্ত কৰি লকডাউনৰ সময়ছোৱাত তেখেতসকলৰ ৰাজ্যৰ যিসকল লোক অসমত আবদ্ধ হৈ আছে তেওঁলোকক সুৰক্ষিত কৰি ৰখাৰ লগতে এই সয়ছোৱাত যাতে তেওঁলোকে কোনো অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয় সেই সন্দৰ্ভত অসম চৰকাৰে যথোচিত পদক্ষেপ গ্ৰহণ কৰিছে বুলি কয়।

তদুপৰি, আলোচনাৰ সময়ত মুখ্য মন্ত্ৰীয়ে মহাৰাষ্ট্ৰ, গুজৰাট, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, কেৰালা, কৰ্ণাটকৰ মুখ্য মন্ত্ৰীৰ সৈতে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰতিখন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কতো আলোচনা কৰে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am
ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

October 17, 2026 10:00 am
এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

October 17, 2026 9:08 am
দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am
ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

October 17, 2026 10:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd