• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰদলৈ ট্ৰফীৰ হৃত গৌৰৱ উদ্ধাৰ কৰিব লাগিব : ৬৬ সংখ্যক বৰদলৈ ট্ৰফী উদ্বোধনী অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
September 20, 2019 7:24 pm
bardaloi throphy

বৰদলৈ ট্ৰফী উদ্বোধনী অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘‘অসমৰ ফুটবলে দক্ষিণ-পূব এছিয়াৰ ক্ৰীড়াৰ ক্ষেত্ৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্টৰে আত্মপ্ৰকাশ কৰিছিল। সেইবাবে ক্ৰীড়া ক্ষেত্ৰত এইখন টুৰ্ণামেণ্টৰ বিশেষ পৰিচয় আছে। বৰদলৈ ট্ৰফীৰ জনপ্ৰিয়তা বৃদ্ধি কৰা সকলোৰে দায়িত্ব আৰু কৰ্তব্য।’’ আজি গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত ৬৬ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্টৰ শুভ উদ্বোধন কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেদৰে মন্তব্য কৰে।

চৰকাৰী আৰু বেচৰকাৰীভাবে যৌথ প্ৰচেষ্টাৰে বৰদলৈ ট্ৰফীৰ লগতে ক্ৰীড়াৰ জনপ্ৰিয়কৰণৰ বাবে গুৰুত্ব সহকাৰে সকলোৱে কাম কৰিব লাগিব বুলিও সোণোৱালে মন্তব্য কৰে।

Apply Now

মুখ্য মন্ত্ৰী সোণোৱালে কয় যে এসময়ত সমগ্ৰ অসমতে বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্টৰ অভাৱনীয় জনপ্ৰিয়তা আছিল।

ৰেডিঅ’ৰ জৰিয়তে শৈশৱত বৰদলৈ ট্ৰফীৰ চলন্ত বিৱৰণী শুনাৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি তেখেতে কয় যে এসময়ত বৰদলৈ ট্ৰফীৰ মৰ্যাদা ইমানেই বৃদ্ধি পাইছিল যে দেশৰ আগশাৰীৰ ফুটবল দল ক্ৰমে মোহন বাগান, ইষ্ট বেংগল আৰু মেহমদান স্পৰ্টিঙেও এই প্ৰতিযোগিতাখনত অংশ লৈছিল।

মুখ্য মন্ত্ৰীয়ে বৰদলৈ ট্ৰফীৰ হৃত গৌৰৱ ওভতাই আনিবলৈ যথেষ্ট কৰিব লাগিব বুলি কোৱাৰ লগতে বৰদলৈ ট্ৰফীৰ আয়োজক সকলক বাৰ্ষিক কৰ্মসূচী প্ৰস্তুত সুপৰিকল্পিতভাৱে বৰদলৈ ট্ৰফী জনপ্ৰিয়কৰণৰ উদ্দেশ্যে পদক্ষেপ ল’বলৈ আহ্বান জনায়।

এক্ট ইষ্ট পলিচিৰ সদ ব্যৱহাৰ বাবে তেখেতে অসমক সকলো দিশতে বিকশাই তোলাৰ প্ৰয়োজনীয়াৰ কথা উল্লেখ কৰি কয় যে ক্ৰীড়াৰ জৰিয়তে অসমে আছিয়ান আৰু বিবিএন দেশৰ ১৩ খন ৰাষ্ট্ৰৰ সৈতে সম্পৰ্কৰ নতুন ভেটি গঢ়িব পাৰিব বুলি কয়।

মুখ্য মন্ত্ৰী সোণোৱালে এই সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি বৰদলৈ ট্ৰফীক কেৱল ভাৰতবৰ্ষতে নহয়, সমগ্ৰ দক্ষিণ-পূব এছিয়াতে সুকীয়া পৰিচয়ৰে উজলাই তুলিবলৈ পদক্ষেপ ল’বৰ বাবে আহ্বান জনায়।

৬৬ সংখ্যক বৰদলৈ ট্ৰফীৰ আজিৰ উদ্বোধনী খেলত অংশ গ্ৰহণ কৰে গুৱাহাটী টাউন ক্লাৱ আৰু অসম ৰাজ্যিক বিদ্যুত পৰিষদে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd