• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১১৭ সংখ্যক জন্ম দিৱসত জ্যোতিপ্ৰসাদৰ আৱক্ষ মুৰ্তি উন্মোচন মুখ্যমন্ত্ৰী সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2019 8:07 pm
Jyotiprasad Statue

জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ আৱক্ষ মুৰ্তি উন্মোচন কৰাৰ সময়ত সৰ্বানন্দ সোণোৱাল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মভূমি আৰু কৰ্মভূমি তামোলবাৰী চাহ বাগিছাত শিল্পীগৰাকীৰ ১১৭ সংখ্যক জন্ম দিৱস উপলক্ষে তামোলবাৰী টি কোম্পানী প্ৰাইভেট লিমিটেডে আয়োজন কৰা জ্যোতি জন্ম জয়ন্তী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জ্যোতিপ্ৰসাদৰ আৱক্ষ মুৰ্তি উন্মোচন কৰে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত সোণোৱালে জ্যোতিপ্ৰসাদৰ আদৰ্শৰে অসমীয়া জাতিয়ে ভাৰতৰ বুকুত সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাৰ প্ৰয়াস চলাই আহিছে বুলি মন্তব্য কৰে। তেওঁ অনভিজ্ঞ শিল্পীক লৈ প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ নিৰ্মাণ কৰি অসমীয়া চলচ্চিত্ৰৰ যাত্ৰাৰ সূচনা কৰিছিল বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

Apply Now

আনহাতে, ‘জয়মতী’ নিৰ্মাণৰ জৰিয়তে জ্যোতি প্ৰসাদে মহিলা সৱলীকৰণৰৰ বাবেও বলিষ্ঠ পদক্ষেপ লৈছিল বুলি সোণোৱালে কয়। মুখ্য মন্ত্ৰীয়ে অসমৰ উঠি অহা প্ৰজন্মক জ্যোতিপ্ৰসাদৰ আদৰ্শৰে অসমৰ বৰ্ণাঢ্য সাংস্কৃতিক জগতখনত আগুৱাই নিবলৈ আহ্বান জনায়।

তদুপৰি, অসমৰ সমাজ জীৱনৰ বাবে স্থাপন কৰিবলগীয়া জ্যোতি তীৰ্থ সন্দৰ্ভত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই ‘জ্যোতি তীৰ্থ’ক মাজুলীত স্থাপন কৰা সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ এক চৌহদ হিচাপে স্বীকৃতি প্ৰদানৰ বাবে যি পৰামৰ্শ আগবঢ়াইছে সেয়া অতি গুৰুত্বপূৰ্ণ বুলি কয়।

মুখ্য মন্ত্ৰীৰ উপৰিও অনুষ্ঠানত ভাষণ প্ৰদান কৰে বিশিষ্ট সাহিত্যক নগেন শইকীয়া, তামোলবাৰী টি কোম্পানী প্ৰাইভেট লিমিটেডৰ সঞ্চালক দেৱীপ্ৰসাদ বাগড়োদিয়াই। দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে জ্যোতিপ্ৰসাদৰ ৰচনাৱলী তথা সাহিত্যাৰাজি বিভিন্ন ভাষালৈ অনুবাদ কৰাৰ লগতে এইবোৰ শ্ৰেণী বিভক্ত কৰি প্ৰণালীবদ্ধভাৱে সংৰক্ষণ কৰাৰ বাবে আহ্বান জনায়।

আজিৰ অনুষ্ঠানত তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদৰ আৱক্ষ মুৰ্তি উদ্বোধন কৰাৰ লগতে দেৱী প্ৰসাদ বাগড়োদিয়া আৰু নগেন শইকীয়াই লিখি উলিওৱা ক্ৰমে ‘জ্যোতি প্ৰসাদ আগৰৱালা-এনচেষ্টাৰ্চ এণ্ড তামোলবাৰী’ আৰু ‘ভাৰতীয় ঐতিহ্য’ শীৰ্ষক গ্ৰন্থ দুখন উন্মোচন কৰা হয়।

অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ লগতে বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কন্যা জয়শ্ৰী চলিহা, সত্যাশ্ৰী দাস, জ্ঞানশ্ৰী পাঠক, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ কন্দৰ্প ডেকাকে ধৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd