• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গৃহ সমষ্টি মাজুলীত কোভিদ-১৯ প্ৰতিৰোধী পদক্ষেপৰ পৰ্যালোচনা মুখ্য মন্ত্ৰী সোণোৱালৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 16, 2020 6:10 pm

1 min read

Media Briefing 1

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

243
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গৃহ সমষ্টি মাজুলীৰ গড়মূৰস্থিত শ্ৰী শ্ৰী পিতাম্বৰদেৱ গোস্বামী মহকুমা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি হস্পাতালখনত থকা আছুতীয়া কক্ষকে ধৰি অন্যান্য সা-সুবিধাৰ বুজ লয়।

চিকিৎসালয়খন পৰিদৰ্শন কৰাৰ পাছতে মাজুলী জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভা কক্ষত মুখ্য মন্ত্ৰীয়ে জিলাখনত কোভিদ-১৯ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে জিলা প্ৰশাসনে লোৱা ব্যৱস্থাৱলীৰ পৰ্যালোচনা কৰে।

মুখ্য মন্ত্ৰীয়ে কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক সামাজিক দূৰত্ব বজাই ৰাখি কৃষকে যাতে কৃষি কাৰ্য্যত নিয়োজিত হ’ব পাৰে তাৰ বাবে গাঁৱে গাঁৱে, ঘৰে-ঘৰে গৈ কৃষক সকলক দিহা-পৰামৰ্শ আগবঢ়াবলৈও নিৰ্দেশ দিয়ে।

ল’কডাউনৰ সময়ছোৱাত যাতে জনসাধাৰণে অত্যাৱশ্যকীয় সা-সামগ্ৰী লাভ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখিন নহয় সেইটো নিশ্চিত কৰাৰ বাবেও জিলা প্ৰশাসনক তেওঁ নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে প্ৰতিটো বিভাগৰ ল’কডাউনৰ সময়ছোৱাত কৰা কাম-কাজ সমূহৰ বিতং পৰ্যালোচনা কৰে।

অহা ৩ মে’লৈকে লকডাউনৰ সময়ছোৱাত জনসাধাৰণে যাতে সামাজিক দূৰত্ব বজাই ৰাখে সেয়া নিশ্চিত কৰিবলৈও সোণোৱালে উপায়ুক্তক নিৰ্দেশ দিয়ে।

পৰ্যালোচনা বৈঠকত মন্ত্ৰী নৱ কুমাৰ দলে, বিধায়কদ্বয় ক্ৰমে প্ৰশান্ত ফুকন, বিমল বৰা, উপায়ুক্ত বিক্ৰম কৈৰী, আৰক্ষী অধীক্ষককে ধৰি শীৰ্ষ বিষয়া সকল উপস্থিত থাকে।

Recent News

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

remote-1140x570

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘জেদ+’ ভি আই পি নিৰাপত্তা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd