• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ বিশিষ্ট ব্যক্তিসকলৰ ফোনযোগে স্বাস্থ্যৰ বুজ ল’লে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 17, 2020 8:13 pm

1 min read

Sonowal

মুখ্য মন্ত্ৰী সোণোৱাল

2.9k
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে টেলিফোনযোগে বৰ্তালাপ কৰে।

মুখ্য মন্ত্ৰীয়ে প্ৰতিগৰাকী বিশিষ্টি ব্যক্তিৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰি সাম্প্ৰতিক দুঃসময়ত তেওঁলোকৰ মনোবল অটুট ৰখাৰ দিশত প্ৰেৰণা যোগায়।

মুখ্য মন্ত্ৰীয়ে বিশিষ্ট ব্যক্তি সকলৰ খবৰ লোৱাৰ লগতে ৰঙালী বিহু তথা নতুন বছৰৰো শুভেচ্ছা জ্ঞাপন কৰে।

আজি টেলিফোনযোগে বাৰ্তালাপ কৰা বিশিষ্ট ব্যক্তিসকল হ’ল ক্ৰমে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিসকল ক্ৰমে-হোমেন বৰগোহাঞি, ড০ নগেন শইকীয়া, ৰংবং তেৰাং আৰু ইমৰাণ শ্বাহ।

বড়ো সাহিত্য সভাৰ সম্পাদক কমলাকান্ত মুছাহাৰী, বিশিষ্ট সাংবাদিক ধীৰেণ চক্ৰৱৰ্তী, নিত্য বৰা, প্ৰফুল্ল গোবিন্দ বৰুৱা, হাইদৰ হুছেইন, বিশিষ্ট সাহিত্যিক অৰুণ গোস্বামী, পদ্মশ্ৰী এলি আহমেদ, বন্দিতা ফুকন, দেৱীপ্ৰসাদ বাগদিয়া আৰু বহুতো।

আনহাতে, বিশিষ্ট শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰী, মৃণাল মিৰি, পদ্মশ্ৰী যাদৱ পায়েং, অৱনী ভাগৱতী আদিৰ দৰে ব্যক্তি সকলৰ লগতো মুখ্য মন্ত্ৰী সোণোৱালে ফোনযোগে কথা পাতি স্বাস্থ্যৰ বুজ লয়।

Recent News

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd