DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিড সৃষ্ট সমস্যা সমাধানৰ বাবে যোৰহাট চেম্বাৰ্ছ অৱ কমাৰ্চৰ সৈতে মুখ্য মন্ত্ৰীৰ বৈঠক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2020 9:27 pm
Story-6-7-1140x570

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

220
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত যোৰহাট জিলা চেম্বাৰ্ছ অৱ কমাৰ্ছ অৱ কমাৰ্চৰ সদস্যসকলৰ সৈতে এখন বৈঠকত মিলিত হয়।

বৈঠকত কোভিড-১৯ সৃষ্ট ল’কডাউনৰ পৰৱৰ্তী সময়ছোৱাত ব্যৱসায়ীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সন্দৰ্ভত আলোচনা কৰা হয়।

চেম্বাৰ্ছ অৱ কমাৰ্চৰ সদস্যসকলে ল’কডাউনৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোক সন্মুখীন হোৱা বিভিন্ন সমস্যা সম্পৰ্কত মুখ্য মন্ত্ৰীক অৱগত কৰে।

বৈঠকত সোণোৱালে কয় যে ল’কডাউনৰ পৰৱৰ্তীকালত ব্যৱসায়ীসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ বাস্তৱ সমাধানৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব।

বৈঠকত মৰিয়নি চেম্বাৰ্ছ অৱ কমাৰ্চে যোৰহাটৰ পৰা মৰিয়নি নগৰলৈ এ এছ টি চি বাছ সেৱাৰ সংখ্যা বৃদ্ধি কৰিবলৈ যাৱতীয় পদক্ষেপ ল’বলৈ অনুৰোধ জনায়।

মুখ্য মন্ত্ৰীয়ে কয় যে, যাত্ৰীৰ চাহিদা অনুসৰি এ এছ টি চি বাছ সেৱা বৃদ্ধি কৰাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব। তেওঁ লগতে কয় যে, কোভিড-১৯ মহামাৰীৰ স্বত্তেও জিলাখনত অৰ্থনৈতিক কাম-কাজ অব্যাহত ৰখা হৈছে।

অৰ্থনৈতিক কাম-কাজৰ সমান্তৰালভাৱে কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দি যাব লাগিব বুলিও মুখ্য মন্ত্ৰী সোণোৱালে লগতে কয়।

Recent News

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd