• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাঘজানৰ তৈলক্ষেত্ৰত গেছ নিৰ্গত হোৱা সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে মুখ্য মন্ত্ৰী সোণোৱালৰ বাৰ্তালাপ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 29, 2020 8:25 pm

1 min read

Sonowal

মুখ্য মন্ত্ৰী সোণোৱাল

561
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়াৰ বাঘজানৰ তৈলক্ষেত্ৰত গেছ নিৰ্গত হোৱা সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি টেলিফোনিক বাৰ্তালাপ কৰে।

বাৰ্তালাপৰ সময়ত সোণোৱালে ঘটনা সন্দৰ্ভত সবিশেষ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক অৱগত কৰে।

এই ঘটনাৰ তাৎক্ষণিকভাৱে প্ৰতিৰোধৰ ব্যৱস্থা ল’বলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক মুখ্য মন্ত্ৰীয়ে আহ্বান জনায়।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত তৎকালীন পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।

বাঘজানৰ তৈলক্ষেত্ৰত গেছ নিৰ্গত হোৱা ঘটনা সন্দৰ্ভত মুখ্য মন্ত্ৰী সোণোৱালে অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰৰ সৈতেও টেলিফোনযোগে আলোচনা কৰে।

কাষৰীয়া অঞ্চলৰ জনসাধাৰণৰ স্বাস্থ্যৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে যিকোনো দুৰ্ঘটনা ৰোধ কৰাৰ স্বাৰ্থত প্ৰাকৃতিক গেছৰ এই নিৰ্গমন তৎকালে বন্ধ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰিচালন সঞ্চালকগৰাকীক মুখ্য মন্ত্ৰী সোণোৱালে আহ্বান জনায়।

আনহাতে, মুখ্য মন্ত্ৰী সোণোৱালে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ৱাই সূৰ্যনাৰাণক ঘটনাস্থলীলৈ যোৱাৰ বাবে আজি নিৰ্দেশ দিয়ে।

কাইলৈ অইন ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰৰ সৈতে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষগৰাকী ঘটনাস্থলীলৈ গৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে তৎকালীন পদক্ষেপো গ্ৰহণ কৰিব।

Recent News

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

WhatsApp Image 2021-01-19 at 7.18.21 AM

গাব্বাত ছিৰাজৰ দমনীয় বলিং! ১৭ বছৰ পুৰণি অভিলেখ স্পৰ্শ

Sarbananda_Sonowal-750x375

অসমৰ মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালেই ভোটাৰৰ প্ৰথম পছন্দ: সমীক্ষা

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd