• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পিতৃৰ জন্ম স্থান টীয়কত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা; বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ আদৰণি

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , November 20, 2020 7:48 am

1 min read

Screenshot_2020-11-19-21-17-49_1

পিতৃৰ জন্মস্থান টীয়কৰ চাউদাং গাঁৱত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা। ফটো: নৰ্থইষ্ট নাও

1.3k
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই বৃহস্পতিবাৰে সন্ধিয়া পিতৃৰ জন্মস্থান টীয়কৰ চাউদাং গাঁৱত উপস্থিত হৈ ৰাইজৰ লগত মত বিনিময় কৰে।

তেওঁ গাঁওখনৰ উন্নয়নৰ বাবে চৰকাৰীভাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়াৰ লগতে পিতৃৰ জন্মস্থানলৈ পুনৰ অহাৰ কথা অৱগত কৰে।

অনুষ্টুপীয়া সম্বৰ্ধনা অনুষ্ঠানত টীয়ক প্ৰেছ ক্লাব, টীয়ক জাতীয় বিদ্যালয়, চাউদাং গাঁও পৰিচালনা সমিতি, আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন যোৰহাট জিলা সমিতি, টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, টীয়ক আঞ্চলিক কৰ্মচাৰী পৰিষদ, চাউদাং গাঁও মহিলা সমিতি, ফৰলেণ্ড ক্ষতিগ্ৰস্ত দাবী সমিতি, টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আদি কৰি বিভিন্ন অনুষ্ঠানে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে।

ৰাইজৰ মৰমত অভিভূত হৈ ৰাজ্যখনৰ মুখ্য সচিবগৰাকীয়ে টীয়কবাসীক ধন্যবাদ জ্ঞাপন কৰে।

ইয়াৰ পাছতে পিতৃৰ জন্ম ভেটিত পত্নীৰ সৈতে উপস্থিত হৈ বংশ পৰিয়ালৰ লগত বাৰ্তালাপ কৰে। ৰাজ্যৰ মুখ্য সচিবগৰাকীক  কাষত পাই  টীয়কবাসী উৎফুল্লিত হৈ পৰে l

Recent News

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

IMG_20210223_19101207

অসমবাসীৰ মূৰত ৪৪ হাজাৰ কোটি টকাৰ ধাৰৰ বোজা,অসম খনক ভিক্ষাৰী কৰিলে বিজেপিয়ে : লুৰীণজ্যোতিৰ বিস্ফোৰণ

Orunodoi-Scheme-2020

মৰিগাঁৱত বিজেপি চৰকাৰে ঘোষণা কৰা ‘স্বয়ম’ অৰুণোদয়’ আঁচনি ৰূপায়ণত কমিচনৰাজ, স্বজন প্ৰীতিৰ অভিযোগ

bhaba

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত টীয়কৰ জাঁজীমুখত দল হৰিণাৰ পোৱালি উদ্ধাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd