• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শাৰদীয় শিশু গ্ৰন্থ মেলাৰ ৰূপালী জয়ন্তীৰ বছৰযোৰা কাৰ্যসূচীৰ শুভাৰম্ভ

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
April 17, 2021 8:27 am
sishu
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ পহিলা বহাগৰ দিনটোতে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ উদ্যোগত হালোৱাগাওঁ আঞ্চলিক যুৱ মঞ্চ আৰু লেচেৰী সাংস্কৃতিক গোষ্ঠীৰ সহযোগত এটি বিহুৱা দলে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত খ্যাতনামা ঢোলবাদক ৰাজু শইকীয়াৰ পৰিচালনাৰে বিহু নৃত্য প্ৰৰ্দশন কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, “পুতলা পিষ্টলৰ সলনি এখন গ্ৰন্থ উপহাৰ দিয়ক” বাণীৰে পুৰণিগুদাম প্ৰেছ ক্লাৱে পূজাৰ বতৰত প্ৰতি বছৰে পুৰণিগুদামত আয়োজন কৰি অহা শাৰদীয় শিশু গ্ৰন্থ মেলাৰ এইবেলি ৰূপালী জয়ন্তী বৰ্ষৰ বছৰযোৰা কাৰ্য্যসূচীৰ অংশ হিচাপে এই বাটৰ বিহু প্ৰৰ্দশন কৰা হয়।

অসমীয়া নৱ বৰ্ষৰ প্ৰথম দিনটোতেই পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভড়াল খেল পথাৰত অনুষ্ঠিত হোৱা বাটৰ বিহু অনুষ্ঠানটোত পুৰণিগুদাম প্ৰেছ ক্লাৱৰ বিষয় ববীয়া সকলে জ্যেষ্ঠ সাংবাদিক কুলপ্ৰদীপ দাসে আঁত ধৰা অনুষ্ঠানত শাৰদীয় শিশু গ্ৰন্থ মেলা ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি মনিমাধৱ মহন্তৰ উপস্থিতিত শিক্ষাবিদ ধৰণী খাউন্দ, সাহিত্যিক পেঞ্চনাৰ ফণীন্দ্ৰ নাথ গায়ন, সমাজকৰ্মী পুলিন হাজৰিকা, ডাক্তৰ ধীৰেন বৰকাকতি, শিক্ষাবিদ হেম ডেকা, কৃষ্ণ গোস্বামী, মিছলেউদ্দিন আহমেদ, মুকুট ভূঞা, প্ৰফুল্ল শইকীয়া, দুলেন গায়নকে প্ৰমুখ্যে পুৰণিগুদামৰ বহু কেইগৰাকী জ্যেষ্ঠ নাগৰিকক চেলেং আৰু গামোছাৰে আদৰনি জনাই অসমীয়াৰ পৰম্পৰা অনুসৰি চৰণ চুই আৰ্শীবাদ গ্ৰহণ কৰে৷

Apply Now

বাটৰ বিহু কাৰ্যসূচীতেই পুৰণিগুদাম প্ৰেছ ক্লাৱৰ তৰফৰ পৰা খ্যাতনামা ঢোলবাদক ৰাজু শইকীয়া, শিল্পী বনশ্ৰী শৰ্মা কলিতা, ৰাষ্ট্ৰীয় সংস্কৃত গীতি কবি প্ৰাপক ৰঞ্জন বেজবৰুৱা আৰু শিল্পী নয়ন জ্যোতি শইকীয়া, কালিবাদক কলিৰাম বৰাক বিশেষভাবে পুৰণিগুদাম প্ৰেছ ক্লাৱে সম্বৰ্ধনা জনায়। পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰালত চামগুৰি, বঢ়মপুৰ আৰু নগাঁৱৰ কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকৰ উপস্থিতিত ঢুলীয়া ৰাজু শইকীয়া আৰু বনশ্ৰী শৰ্মা কলিতাৰ পৰিচালনাৰে অনুষ্ঠিত হোৱা বাটৰ বিহু অনুষ্ঠানত অংগাভিনয় অসম ছাত্ৰ-ছাত্ৰী সকলেও এক বিশেষ অনুষ্ঠান পৰিৱেশন কৰে। উল্লেখ্য যে, এই অনুষ্ঠানৰ পূৰ্বে পুৱা ৮ বজাত পুৰণিগুদাম হালোৱাগাঁৱত আনুষ্ঠানিক ভাৱে বাটৰ বিহুৰ  শুভাৰম্ভ কৰা হয়।

পুৰণিগুদাম প্ৰেছ ক্লাৱৰ উপদেষ্টা নীলৰঞ্জন শৰ্মাই আঁট ধৰা শুভ উদ্বোধনী অনুষ্ঠানটোত বিশিষ্ট নাট্যকাৰ, পৰিচালক দীপক বৰা উপস্থিত থাকি বাটৰ বিহুৰ শুভাৰম্ভ কৰে৷ ইয়াৰ লগতে উদ্ধোধনী অনুষ্ঠানত  জেষ্ঠ সাংবাদিক সুনীল বৰা, সমাজকৰ্মী প্ৰভাত দাস, হালোৱাগাওঁ আঞ্চলিক যুৱ মঞ্চৰ সভাপতি-সম্পাদক ক্ৰমে মনমোহন বৰকটকী, জীতেন্দ্ৰ শইকীয়া, লেছেৰী সাংস্কৃতিক গোষ্ঠীৰ সম্পাদক ৰাজীৱ শইকীয়াসহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

পৰৱৰ্তী সময়ত ক্ৰমে চলচলি বিৰহীগাঁও, চলচলি মুছলমানগাঁও তিনিআলি, চলচলি বামুনগাঁও চাৰিআলি, বৰাচুক, হাতীগাওঁ, উৰিয়াগাওঁ, ভোটাইগাওঁ, বঢ়মপুৰ, জলাহগাৱঁত দলটোৱে বাটৰ বিহু প্ৰদৰ্শন কৰাৰ লগতে দিনজুৰা কাৰ্যসূচী সমূহত দৰ্শক তথা স্থানীয় ৰাইজৰ বিপুল সঁহাৰি পৰিলক্ষিত হয়।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd