DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইউক্ৰেইনত যুদ্ধৰ বলি হৈছে শ শ অবোধ শিশু, ৰাষ্ট্ৰসংঘই দিলে তথ্য

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 13, 2022 11:28 am
ইউক্ৰেইনত যুদ্ধৰ বলি হৈছে শ শ অবোধ শিশু, ৰাষ্ট্ৰসংঘই দিলে তথ্য
159
VIEWS
Share on FacebookShare on Twitter

যুদ্ধ কি তেওঁলোকে নাজানে। তথাপি যুদ্ধই এতিয়া বিপণ্ণ কৰি তুলিছে ইউক্ৰেইনৰ শিশুৰ জীৱন। ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা তথ্য অনুসৰি ৰাছিয়াৰ আক্ৰমণত এতিয়ালৈকে ইউক্ৰেইনত নিহত হৈছে শতাধিক শিশু।

ৰাষ্ট্ৰসংঘৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইউক্ৰেইনত ছয় সপ্তাহত ২২৯ জন লোক আহত হোৱাৰ লগতে ১৪২ টা শিশুৰ মৃত্যুৰ মৃত্যু ঘটিছে।

কিন্ত অসমৰ্থিত সূত্ৰৰ খবৰ অনুসৰি ইউক্ৰেইনত ৰাছিয়াৰ সেনাৰ আক্ৰমণত নিহত শিশুৰ সংখ্যা ইয়াতকৈ বহু গুণে বেছি।

ইউনিচেফৰ জৰুৰীকালীন কাৰ্যসূচীৰ সঞ্চালক মেনুৱেল ফন্টেনে কৈছে যে ইউক্ৰেইনৰ ৩.২ নিযুত শিশুৰ ভিতৰত প্ৰায় সংখ্যক শিশুৱেই যুদ্ধৰ ফলত ক্ষতিৰ সন্মুখীন হৈছে।

ইপিনে ইউক্ৰেইনৰ ৰাজধানী কীয়েভৰ ওচৰত ১২০০তকৈয়ো অধিক মৃতদেহ উদ্ধাৰ হৈছে।

কীয়েভৰ সমীপৰ বুজোভা গাওঁত আৰু এটি গণকবৰৰ সন্ধান পোৱা গৈছে। ইয়াত বহুকেইটা অসামৰিক নাগৰিকৰ মৃতদেহ পুতি থোৱা হৈছিল। ।

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd