• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমেৰিকাই কৰা ভয়ংকৰ অপৰাধ ক্ষমাৰ অযোগ্য; চীনৰ বিস্ফোৰণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 8, 2020 2:37 pm

1 min read

200310023417-01-xi-jinping-wuhan-0310-exlarge-169-750x375

চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং। ফটো সৌজন্য: ইন্টাৰনেট।

449
VIEWS
Share on FacebookShare on Twitter

কৰ’নাক লৈ আমেৰিকাৰ কঠোৰ সমালোচনা কৰিছে চীনে। চীনৰ সংবাদপত্ৰ গ্লোবেল টাইমছৰ মতে কৰ’না অতিমাৰীত বিপৰ্যস্ত হৈছে আমেৰিকা। প্ৰতিবেদনত দাবী কৰা মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে কৰ’না বিধি মানি চলাৰ ক্ষেত্ৰত জনসাধাৰণক একত্ৰিত কৰিব পৰা নাই।

চীনৰ সংবাদপত্ৰখনৰ মতে আমেৰিকাই এনে ভয়ংকৰ অপৰাধ কৰিছে যাক ক্ষমা কৰিব নোৱাৰি।

কৰ’নাৰ ফলত আমেৰিকাতে আটাইতকৈ অধিক লোকৰ মৃত্যু ঘটিছে। বৰ্তমানলৈ দেশখনত কৰ’নাৰ ফলত মুঠ ২লাখ ৮৮হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে।

চলিত ডিচেম্বৰ মাহৰ প্ৰথম ৫দিনতে দেশখনত ১০লাখতকৈয়ো অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে। প্ৰতিদিনে ২০০০ৰো অধিক লোকৰ মৃত্যু হৈছে।

গ্লোবেল টাইমছে লিখিছে যে একবিংশ শতিকাত এনেদৰে ইমান লোকৰ মৃত্যু মানৱতাৰ বাবে লজ্জাজনক ঘটনা।

আমেৰিকাত কৰ’না পৰিস্থিতি আৰু অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে। চীনৰ কাকতখনে উল্লেখ কৰে যে বিশ্বৰ আটাইতকৈ উন্নত দেশ বুলি কোৱা আমেৰিকা আজি পৃথিৱীৰ ভয়ংকৰ ঠাইলৈ পৰিণত হৈছে। কাকতখনে আমেৰিকাক ‘পৃথিৱীৰ নৰক’ বুলিও অভিহিত কৰিছে।

চীনৰ কাকতখনে লগতে কয় যে বিশ্বৰ অন্যান্য দেশসমূহে এতিয়া সাহস প্ৰদৰ্শন কৰি আমেৰিকাৰ চৰকাৰক মানৱ অধিকাৰ লংঘনৰ সম্পৰ্কত জৱাবদিহি কৰা উচিত। দেশখনে মানৱতাৰ অন্তিম সীমা অতিক্ৰম কৰিছে বুলিও চীনৰ কাকতখনে সমালোচনা কৰে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd