• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল ভাৰতৰ অংশ হিচাপে থকা ৩০,০০০ মানচিত্ৰ ধ্বংস কৰিলে চীনে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2019 10:31 am
arunachal-map-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ। সৌজন্য : গুগল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ সৈতে বৈৰীতাৰ সম্পৰ্ক অটুট ৰখা প্ৰতিবেশী ৰাষ্ট্ৰ চীনে আৰুণাচল প্ৰদেশক নিজৰ ভূখণ্ড হিচাপে কৰি  অহা দীৰ্ঘদিনীয়া দাবীৰ পৰা যে আঁতৰি অহা নাই সেই কথা আকৌ এবাৰ স্পষ্ট কৰি দিছে। এইবাৰ চীনে টাইৱান আৰু ভাৰতৰ অৰুণাচল প্ৰদেশক চীনৰ অংশ হিচাপে সামৰি লোৱা মানচিত্ৰকহে বৈধ বুলি গ্ৰহণ কৰাৰ বাবে আগবাঢ়িছে।

বৰ্তমান বিশ্বৰ শক্তিশালী দেশখনৰ শুল্ক বিষয়াসকলে ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু টাইৱানক নিজৰ অংশ হিচাপে নেদেখুওৱা প্ৰায় ৩০ হেজাৰখন বিশ্ব মানচিত্ৰ ধ্বংস কৰি পেলাইছে। চীনৰ মতে অৰুণাচল প্ৰদেশ আৰু টাইৱানক চীনৰ বাহিৰত ৰখা মানচিত্ৰসমূহ শুদ্ধ নহয়। গতিকে এনে মানচিত্ৰসমূহ চিনাক্ত কৰি উলিয়াই শুল্ক বিভাগে দেশকনৰ কিংদাউ প্ৰদেশত ধ্বংস কৰি পেলায়।

Apply Now

চীনৰ চৰকাৰী সংবাদপত্ৰ ‘গ্ল’ৱেল টাইমছ’ত প্ৰকাশিত বাতৰি অনুসৰি চীনত ছপা কৰা মানচিত্ৰসমূহ জ্বলাই দিয়াৰ লগতে গোলক, চিডি, মানচিত্ৰৰ ছফটৱেৰ আদিও ধ্বংস কৰি পেলোৱা হৈছে।

যোৱা বছৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগত একাধিকবাৰ আলোচনাত মিলিত হোৱা ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ প্ৰশাসনে লোৱা এই পদক্ষেপে ভাৰতক স্তম্ভিত কৰি তুলিছে। চীনে উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বতৰ অংশ বুলি পুনৰ দাবী উত্থাপন কৰিছে।

আনহাতে, চীনৰ ‘ডেঝংৱাং’ কুইনদাও’ৰ প্ৰকাশিত বাতৰি মতে চীনৰ প্ৰাকৃতিক সম্পদ মন্ত্ৰ্যালয়ে এখন সংবাদমেলযোগে মানচিত্ৰ ধ্বংসৰ কথাটো সদৰী কৰিছে। মন্ত্ৰ্যালয়ৰ বিষয়াসকলে জানিব দিয়া মতে এক দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে মুঠতে ৮০৩ বাকচৰ ২৮,৯০৮ খণ্ড এনে মানচিত্ৰ ধ্বংস কৰা হৈছে।

মন্ত্ৰ্যালয়ৰ বিষয়াই লগেত মানচিত্ৰই দেশৰ সাৰ্বভৌমত্বক প্ৰতিফলিত কৰে বুলি ব্যক্ত কৰি চীনে যি কাম কৰিছে সেয়া বৈধ আৰু জৰুৰী আছিল বুলি উল্লেখ কৰে। তদুপৰি, সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় বুলিও লগতে স্পষ্ট মন্তব্য আগবঢ়ায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

August 27, 2026 1:03 pm
স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

August 27, 2026 1:03 pm
স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd